ETV Bharat / state

অপহৃত গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন

টেলিফোনযোগে অপহৃত গৌৰাংগ দেৱৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে আলফা স্বাধীনে ৷ টেলিফোনযোগে গৌৰাংগ দেৱ সম্পূৰ্ণ সুস্থ থকা বুলি জনাই আলফা স্বাধীনে ৷ 11 অক্টোবৰত ধলাৰ শংকৰ চাহ বাগিছাৰ কল ঘৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি লৈ গৈছিল গৌৰাংগ দেৱক ৷

author img

By

Published : Oct 22, 2019, 5:18 PM IST

শংকৰ চাহ বাগিছা

শদিয়া, 22 অক্টোবৰঃ অৱশেষত টেলিফোনযোগে অপহৃত গৌৰাংগ দেৱৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে আলফা(স্বা)য়ে ৷ 18 অক্টোবৰত গৌৰাংগ দেৱৰ কন্যালৈ আহিছিল আলফা(স্বা)ৰ ফোন ৷ বিগত 11 অক্টোবৰত ধলাৰ শংকৰ চাহ বাগিছাৰ কল ঘৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি লৈ গৈছিল গৌৰাংগ দেৱক ৷ টেলিফোনযোগে গৌৰাংগ দেৱ সম্পূৰ্ণ সুস্থ থকা বুলি জনাই আলফা স্বাধীনে ৷ চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই গৌৰাংগ দেৱক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰে আলফা স্বাধীনে ৷

গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন

উল্লেখ্য যে,11 অক্টোবৰ সন্ধিয়া প্ৰায় ৬ বজাত তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিছাৰ কলঘৰত প্ৰৱেশ কৰে সামৰিক পোছাক পৰিহিত এটা চাৰিজনীয়া অস্ত্ৰধাৰী যুৱকৰ দলে ৷ বাগিচাৰ পৰিচালকক নোপোৱাত বাগিচাখনৰ কলঘৰত মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ সুন্দৰ দেৱ নামৰ কৰ্মচাৰীজনক অস্ত্ৰধাৰী যুৱকৰ দলটোৱে নিজকে আলফা স্বাধীন বুলি পৰিচয় দি অপহৰণ কৰি লৈ যায় ৷ কলঘৰৰ CCTV কেমেৰাত বন্দী হয় অপহৰণৰ সমগ্ৰ দৃশ্য ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতেই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয় ৷ ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বৃহৎ সেনা-আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰধাৰী যুৱকৰ দলটোৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে ৷

Intro:Date--22/10/2019.

Slug--যোৱা ১১ অক্টোবৰত ধলাৰ শংকৰ চাহ চাহ বাগিচাৰ কল ঘৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি লৈ যোৱা অপ্ৰহত গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন ।

V O.---তিনিচুকীয়া জিলাৰ ধলাৰ শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ৰ পৰিয়ালচিৰ সদস্যক আলফা(স্বাঃ) টেলিফোন ৷

আলফা(স্বাঃ)ৰ সদস্যই টেলিফোনযোগে গৌৰাংগ চন্দ্ৰ দেৱ’ৰ শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিলে দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্যক ৷

যোৱা ১৮অক্টোবৰত ফন কৰি গৌৰাংগ চন্দ্ৰ দেৱ’ক সম্পুৰ্ণ সুস্থ অৱস্থাত ৰখা বুলি আলফাই টেলিফোনত অপহৃতৰ কণ্যাক স্পষ্ট কৰিলে ৷

চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তিৰ সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰিলে আলফাই ৷
সুধিৰ কুমাৰ লোহিয়াই আৰক্ষী প্ৰশাসনক সহযোগ নকৰা বুলিও অভিযোগ উঠিছে ৷

যোৱা ১১ অক্টোৱৰত আলফাই অপহৰণ কৰি নিছিল গৌৰাংগ চন্দ্ৰ দেৱ’ক ৷
Byte--কন্যাৰ ভাষ্য।Body:Byte - কন্যা ভাষ্যConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.