ETV Bharat / state

চাংলাঙত আটক দুই আলফা(স্বা) সদস্য

author img

By

Published : Aug 25, 2019, 4:46 PM IST

আটকাধীন সদস্য দুজনৰ ডিব্ৰুগড় ৰাজগড়ৰ মিন্টু তাঁতী আৰু লক্ষীমপুৰ বিহপুৰীয়াৰ কাকু বৰা ওৰফে ৰাজু অসম

চাংলাঙত আটক দুই আলফা(স্বা) সদস্য
  1. অৰুণাচলৰ চাংলাং নামপঙত আটক দুই আলফা(স্বা) সদস্য
  2. ভাৰতীয় সেনা আৰু CRPF ৰ দলে অভিযান চলাই আটক কৰে সদস্য দুজনক
  3. আটকাধীন সদস্য দুজনৰ ডিব্ৰুগড় ৰাজগড়ৰ মিন্টু তাঁতী আৰু লক্ষীমপুৰ বিহপুৰীয়াৰ কাকু বৰা ওৰফে ৰাজু অসম
  4. আলফা সদস্য দুজনৰ পৰা জব্দ কৰে তিনিজাই সজীৱ গুলী সহ এটা 9MM আৰু চাৰিজাই সজীৱ গুলী সহ এটা ৩২পিষ্টল
  5. সেনাৰ দলটোৱে নামপুং থানাত এজাহাৰ দাখিল কৰি আৰক্ষীক চমজাই দিয়ে সদস্য দুজনক

Intro:BREAKING NEWS:-

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত আটক দুই আলফা(স্বা) সদস্য ।

গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত ভাৰতীয় সেনা আৰু CRPF ৰ এটা দলে অভিযান চলাই নামপঙৰ লংকা নামৰ ঠাইৰ পৰা আটক কৰে দুয়োকে ।

আটকাধীন আলফা স্বাধীনৰ সদস্য দুগৰাকী ডিব্ৰুগড় ৰাজগড়ৰ মিন্টু তাঁতী(৩০) আৰু লক্ষীমপুৰ বিহপুৰীয়াৰ কাকু বৰা ওৰফে ৰাজু অসম (২৮) বুলি জানিব পৰা গৈছে ।

আটক কৰাৰ সময়ত দুয়োৰে পৰা তিনিজাই সজীৱ গুলী সহ এটা 9MM পিষ্টল আৰু চাৰিজাই সজীৱ গুলী সহ এটা .৩২পিষ্টল জব্দ কৰে ভাৰতীয় সেনাই ।

মিন্টু তাঁতী ২০১৩ আৰু কাকু বৰাই ২০১১ চনত আলফাত যোগ দি ম্যানমাৰত অস্ত্ৰ প্ৰশিক্ষণ লৈছিল

ইফালে সেনাৰ দলটোৱে ইতিমধ্যে নামপুং থানাত এখন এজাহাৰ দাখিল কৰি দুয়োকে আৰক্ষীক চমজাই দিয়ে ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.