ETV Bharat / state

ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ডিব্ৰুগড় জিলাৰ টিংখাংস্থিত নাচনী গাঁৱৰ পৰা আটক হয় দুধৰ্ষ আলফা সদস্যগৰাকী ৷

author img

By

Published : Jun 12, 2020, 12:58 PM IST

ULFA cader arrested at Dibrugarh
ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক

তিনিচুকীয়া, 12 জুন: বৃহস্পতিবাৰে নিশা সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ডিব্ৰুগড় জিলাৰ টিংখাংস্থিত নাচনী গাঁওৰ পৰা আটক দুধৰ্ষ আলফা সদস্য ৷ আটকাধীন কেডাৰগৰাকী নাচনী গাঁৱৰ বিভিকা গগৈৰ পুত্ৰ বাবুল গগৈ বুলি চিনাক্ত কৰা হৈছে ৷

ULFA cader arrested at Dibrugarh
ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক

অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যেই আলফা কেডাৰগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.