ETV Bharat / state

তিনিচুকীয়া আৰক্ষীৰ জালত ব্ৰাউন চুগাৰসহ দুই সৰবৰাহকাৰী

author img

By

Published : Sep 14, 2020, 7:26 PM IST

কাকপথাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ,ব্ৰাউন ছুগাৰসহ দুগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে বিপ্লৱ চক্ৰৱৰ্তী আৰু নেহাই চক্ৰৱৰ্তী বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে ৷

Two drug peddlers arrested, brown sugar recovered by Tinsukiya Police
তিনিচুকীয়া আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সহ দুই সৰবৰাহকাৰী

তিনিচুকীয়া, 14 ছেপ্তেম্বৰ : সোমবাৰে আৰক্ষীৰ অভিযানত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, ব্ৰাউন ছুগাৰ সহ দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত চলা এক গোপন অভিযানত AS-23P-8418 নম্বৰৰ এখন বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

ইফালে,গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে বিপ্লৱ চক্ৰৱৰ্তী আৰু নেহাই চক্ৰৱৰ্তী বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে ৷ লগতে, বিপ্লৱ চক্ৰৱৰ্তীৰ ঘৰ তিনিচুকীয়াত বুলি জানিবলৈ দিয়াৰ লগতে মহিলা গৰাকী নামচাই দুই মাইলৰ বুলি আৰক্ষীয়ে অবগত কৰিছে ৷

আৰক্ষীয়ে কাকপথাৰৰ ৰাজহুৱা শ্মশানৰ সন্মুখৰ ভাৰাঘৰৰ পৰা 22 গ্ৰাম ব্ৰাউন চুগাৰ, 41 হাজাৰ টকা আৰু এখন চাৰিচকীয়া বাহনও জব্দ কৰিবলৈ সক্ষম হৈছে ৷

ইতিমধ্য দুই গৰাকীকে গ্ৰেপ্তাৰ কৰি উক্ত ব্যৱসায়ৰ লগত আৰু কোনোবা জড়িত আছে নেকি তাৰ ওপৰত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয় ৷

লগতে পঢ়ক : প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.