ETV Bharat / state

পুনৰ তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ আলফা নেতা জিতেন দত্ত

author img

By

Published : Dec 19, 2019, 11:54 AM IST

Updated : Dec 19, 2019, 12:32 PM IST

TINSUKIA JITEN DUTTA BREAKING
পুনৰ তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ আলফা নেতা জিতেন দত্ত

11:49 December 19

চাৰিদিনৰ বাবে জিতেন দত্তক প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ

  • পুনৰ ৪ দিনৰ বাবে তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ আলফা নেতা জিতেন দত্ত 
  • বুধবাৰে তিনিচুকীয়া সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰাইছিল দত্তক
  • আৰক্ষীয়ে আদালতত নিজৰ জিম্মাত বিচাৰি জনাইছিল আবেদন
  • আদালতে চাৰিদিনৰ বাবে জিতেন দত্তক প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ
  • CAA বিৰোধী আন্দোলনৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছিল জিতেন দত্তক
  • যোৱা ১৪ ডিচেম্বৰত তিনিচুকীয়াৰ পৰা আটক কৰিছিল আলফা নেতাগৰাকীক 

Intro:Body:

Breaking

পুনৰ ৪ দিনৰ বাবে তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আলফা নেতা জিতেন দত্তক ।

বুধবাৰে তিনিচুকীয়া সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ।

CAA বিৰোধী আন্দোলনৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে যোৱা ১৪ ডিচেম্বৰত আটক কৰিছিল আলফা নেতাগৰাকীক 

পুনৰ ৪ দিনৰ বাবে তিনিচুকীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আলফা নেতা জিতেন দত্তক ।

বুধবাৰে তিনিচুকীয়া সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ।

CAA বিৰোধী আন্দোলনৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে যোৱা ১৪ ডিচেম্বৰত আটক কৰিছিল আলফা নেতাগৰাকীক ।

Conclusion:
Last Updated : Dec 19, 2019, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.