ETV Bharat / state

তিনিচুকীয়াত জব্দ ভেজাল মিঠাতেল

author img

By

Published : Dec 15, 2020, 9:21 PM IST

তিনিচুকীয়াত ভেজাল মিঠাতেল সহ জব্দ বাহন ৷ হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ নামৰ কোম্পানীটোৰ উৎপাদিত আছিল মিঠাতেল সমূহ ।

tinsukia-damaged-mustard-oil-seized
তিনিচুকীয়াত জব্দ ভেজাল মিঠাতেল

তিনিচুকীয়া,15 ডিচেম্বৰ: তিনিচুকীয়াত জব্দ ভেজাল মিঠাতেল ৷ তিনিচুকীয়া তামোলবাৰীৰ পৰা সদৰ আৰক্ষীয়ে জব্দ কৰে মিঠাতেলৰ ট্ৰাকখন ৷ হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ নামৰ কোম্পানীটোৰ উৎপাদিত আছিল মিঠাতেল সমূহ ।

তিনিচুকীয়াত জব্দ ভেজাল মিঠাতেল

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তিনিচুকীয়াৰ সচেতন যুৱক প্ৰতাপ মৰাণে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।আৰু সেই এজাহাৰৰ ভিত্তিত হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ কোম্পানীটোৰ সৈতে ব্যৱসায়ত জড়িত তিনিগৰাকী ব্যৱসায়ীক আটক কৰি তিনিচুকীয়া সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক-বৰদিনক লৈ উখল-মাখল পৰিৱেশ মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.