ETV Bharat / state

তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি - তিনিচুকীয়া ডকাইতি

তিনিচুকীয়াৰ গেলাপুখুৰীত দিনদুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ বেংকত আত্মসহায়ক গোটৰ ধন জমা কৰিবলৈ অহাৰ পথত দুই মহিলাক চোকা অস্ত্ৰ দেখুৱাই বাইকত অহা দুই দুৰ্বৃত্ব‌ই লুটিলে ২৪,৯০০ টকা ৷

tinsukia dacoit
তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি
author img

By

Published : Feb 13, 2020, 5:37 AM IST

তিনিচুকীয়া, 12 ফেব্ৰুৱাৰীঃ পুনৰ এক ডকাইতি কাণ্ড‌ই জোকাৰি গৈছে তিনিচুকীয়া ৷ তিনিচুকীয়াৰ গেলাপুখুৰীত দিনদুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি ৷ বেংকত আত্মসহায়ক গোটৰ ধন জমা কৰিবলৈ অহাৰ পথত দুই মহিলাক চোকা অস্ত্ৰ দেখুৱাই বাইকত অহা দুই দুৰ্বৃত্ব‌ই লুটিলে ২৪,৯০০ টকা ৷

তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি

ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে, মাত্ৰ দুদিনৰ ভিতৰতে জিলাখনত সংঘটিত হোৱা কেইবাটাও ডকাইতিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক-প্ৰৱল ইচ্ছাশক্তিৰে অসাধ্য সাধন কৰা এজন ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.