ETV Bharat / state

তিনিচুকীয়া আৰক্ষীৰ জালত তিনি ডকাইত - তিনিচুকীয়া আৰক্ষীৰ জালত তিনি ডকাইত

ডকাইতৰ বিৰুদ্ধে অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে তিনিজন ডকাইতক ৷

Tinisukiya police arrested three robbers
তিনিচুকীয়া আৰক্ষীৰ জালত তিনি ডকাইত
author img

By

Published : Nov 27, 2019, 11:42 PM IST

তিনিচুকীয়া, 27 নৱেম্বৰঃ তিনিচুকীয়াত আটক তিনি ডকাইত ৷ তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা বিশেষ অভিযানত ডুমডুমাৰ পৰা আটক তিনিজন ধৃত ডকাইত ৷ ডকাইত কেইজনৰ এজন বাঘজানৰ কৰ্দৈগুৰিৰ কৃষ্ণ কান্ত মৰাণ, আনজন দৰ্জিজানৰ ধমেন মৰাণ আৰু অন্য এজন ডুমডুমাৰ গৈপানী গাঁৱৰ বাবা গগৈ বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধৃত এই যুৱককেইজনে বিভিন্ন ঠাইত ডকাইতিৰ লগতে পথচাৰীৰ পৰা সামগ্ৰী থপিয়াই নিয়া কাৰ্যত জড়িত আছিল বুলি উল্লেখ কৰে ৷ সম্প্ৰতি ধৃত ডকাইতকেইটাক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰি থকাৰ লগতে জিলাখনত সংঘটিত বিভিন্ন ডকাইতি কাণ্ডৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ ছয়গাঁৱত চাউল চুৰি গোচৰত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক

Intro:Breaking

তিনিচুকীয়াত আটক তিনি কুখ্যাত ডকাইত ।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা বিশেষ অভিযানত ডুমডুমাৰ পৰা আটক ডকাইত কেইটা ।

ধৃত ডকাইত কেইটা বাঘজান থানাৰ অন্তৰ্গত কৰ্দৈগুৰিৰ কৃষ্ণ কান্ত মৰাণ (21), দৰ্জিজানৰ ধমেন মৰাণ(২৪), আৰু ডুমডুমাৰ গৈপানী গাঁৱৰ বাবা গগৈ ।

তিনিও ডকাইতে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন ঠাইত ডকাইতিৰ লগতে পথাচাৰিৰ পৰা সমগ্ৰী থপিয়াই নিয়া কাৰ্য্যত জৰিত আছিল ।

সম্প্ৰতি ডকাইত কেইটাক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰি থকাৰ লগতে জিলাখনত সংঘটিত বিভিন্ন ডকাইতি কাণ্ডৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.