ETV Bharat / state

কেনেকৈ মৃত্যু হৈছিল বৰডুবি চাহ বাগিছাৰ তিনি গৰাকী মহিলাৰ ?

author img

By

Published : Jun 14, 2019, 2:50 PM IST

ৰহস্যৰ আৱৰ্তত ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ চাৰি নম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ মৃত্যুৰ কাৰণ । বাগিছাখনত পাত ছিঙাৰ অন্তত ভাত খোৱাৰ পাচতেই চাৰিওগৰাকী মহিলা শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তাৰে তিনিগৰাকীয়ে মৃত্যুক সাৱতি লয় ৷

খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হৈছিল নেকি বৰডুবি চাহ বাগিছাৰ তিনি গৰাকী মহিলাৰ ?

ডুমডুমা, 14 জুন : ৰহস্যৰ আৱৰ্তত ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ মৃত্যু কাৰণ । বৃহস্পতিবাৰে ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বৰ্তমানেও বিৰাজ কৰিছে চাঞ্চল্যই । বাগিছাখনত পাত ছিঙি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল ফিলমিয়া চাই মুৰুম (৪৫), সাৰথি খাৰিয়া (৪৪), দিৰাং চাই মুৰুম (৬৫) আৰু আগথা ৰেমিচ (৩৫) নামৰ চাৰি গৰাকীকৈ মহিলা শ্ৰমিক । প্ৰথম অৱস্থাত অসুস্থ মহিলাসকলক বৰডুবি চাহ বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডুমডুমা ৰূপাইৰ এখন ব্যক্তিগত নাৰ্চিংহোমলৈ নিয়া হয় মহিলা শ্ৰমিক কেইগৰাকীক । পৰৱৰ্তী সময়ত ফিলমিয়া চাই মুৰুম (৪৫), সাৰথি খাৰিয়া (৪৪) আৰু দিৰাং চাই মুৰুম (৬৫) নামৰ তিনিগৰাকী মহিলা শ্ৰমিকে মৃত্যুক সাৱটি লয় । অন্যহাতে আগথা ৰেমিচ (৩৫) নামৰ মহিলাগৰাকীৰ গুৰুতৰভাৱে অসুস্থ হয় ।

বৰ্তমান কিছু সুস্থ অৱস্থাত থকা আগথা ৰেমিচ নামৰ মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে বাগিছাখনত পাত ছিঙাৰ অন্তত ঘৰত প্ৰস্তুত কৰি নিয়া টিয়হ, ৰঙালাও আৰু ঢেকীয়া শাকৰ সৈতে চাৰিওগৰাকী মহিলাই ভাত খাইছিল ৷ ভাত খোৱাৰ কিছু সময়ৰ পাচতেই চাৰিওগৰাকী মহিলা শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটে । পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত চাৰিওগৰাকী মহিলা শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তিনিগৰাকী মহিলা শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় । সমগ্ৰ ঘটনাটো খাদ্যত বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই । অন্যহাতে কৰুণ মৃত্যুক সাৱটি লোৱা শ্ৰমিকসকলৰ ঘৰত আজি ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজ উপস্থিত হয় । বিধায়কগৰাকীয়ে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে নিহতৰ আত্মীয়ক এককালীন ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় । ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাইও সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে চৰকাৰে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী কৰে ।

Intro:Date: 14-06-2019

Sluge: ৰহশ্যৰ আৱৰ্তত ডুমডুমাৰ বৰডুবি চাহ বাগিচাৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ মৃত্যু কাৰণ ।

V/O: বৃহস্পতিবাৰে ডুমডুমাৰ বৰডুবি চাহ বাগিছাখনৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বৰ্তমানেও চাঞ্চল্য বিৰাজ কৰিছে । বাগিছাখনত পাত ছিঙি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল ফিলমিয়া চাই মুৰুম (৪৫), সাৰথি খাৰিয়া (৪৪), দিৰাং চাই মুৰুম (৬৫) আৰু আগথা ৰেমিচ (৩৫) নামৰ চাৰি গৰাকীকৈ মহিলা শ্ৰমিক । প্ৰথম অৱস্থাত অসুস্থ মহিলাসকলক বৰডুবি চাহ বাগিছাৰ চিকিতসালয়ত ভৰ্তি কৰোৱা হ'য় যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ডুমডুমা ৰূপাইৰ এখন ব্যক্তিগত নাৰ্চিংহোমলৈ নিয়া হ'য় মহিলা শ্ৰমিক কেইগৰাকীক । পৰৱৰ্তী সময়ত ইয়াৰে ফিলমিয়া চাই মুৰুম (৪৫), সাৰথি খাৰিয়া (৪৪) আৰু দিৰাং চাই মুৰুম (৬৫) নামৰ তিনি গৰাকী মহিলা শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি ল'য় । অন্যহাতে আগথা ৰেমিচ (৩৫) নামৰ মহিলা (চৰদাৰ) গৰাকীৰ গুৰুতৰভাৱে অসুস্থ হ'য় ।
বৰ্তমান কিছু সুস্থ অৱস্থাত থকা আগথা ৰেমিচ নামৰ মহিলাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে বাগিচাখনত পাত ছিঙাৰ অন্তত ঘৰত প্ৰস্তুত কৰি নিয়া টিয়হ, ৰঙালাও আৰু ঢেকীয়া সাকৰ সৈতে চাৰিওগৰাকী মহিলাই ভাত খাইছিল । মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে টিয়হৰ সাক অত্যাধিক তিতা আছিল । ভাত খোৱাৰ কিছু সময়ৰ পাছতেই চাৰিওগৰাকী মহিলা শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটে । পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত চাৰিওগৰাকী মহিলা শ্ৰমিকক চিকিতসালয়ত ভৰ্তি কৰোৱা হ'য় যদিও তিনিগৰাকী মহিলা শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি ল'য় । সমগ্ৰ ঘটনাটো খাদ্যত বিষক্ৰিয়া হোৱা বুলি সন্ধেহ কৰা হৈছে যদিও বৰ্তমানলৈকে প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই । অন্যহাতে কৰুণ মৃত্যুক সাৱটি লোৱা শ্ৰমিকসকলৰ ঘৰত আজি ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজ উপস্থিত হ'য় । বিধায়কগৰাকীয়ে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে নিহতৰ আত্মীয়ক এককালীন ক্ষতিপুৰণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থায়ো সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে চৰকাৰে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে ।

Byte: অসুস্থ মহিলাগৰাকী ।
Byte: বিধায়ক দূৰ্গা ভূমিজ ।
Byte: আটছা নেতা ।Body:Date: 14-06-2019

Byte: আটছা নেতা ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.