ETV Bharat / state

বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব কানাডাৰ প্ৰতিষ্ঠানক

author img

By

Published : Oct 25, 2020, 1:17 PM IST

বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব বিদেশী প্ৰতিষ্ঠানক ৷ বিমানযোগে অনা হ'ল বিশেষ সা-সঁজুলি ৷ আশাবাদী বাঘজানবাসী ৷

The Canadian company is responsible for extinguishing the fire in Baghjan
বাঘজানৰ জুই নিৰ্বাপনৰ দায়িত্ব কানাডাৰ প্ৰতিষ্ঠানক

তিনিচুকীয়া, 25 অক্টোবৰ : বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ পুনৰ বিদেশী প্ৰতিষ্ঠানক দায়িত্ব কৰ্তৃপক্ষৰ ৷ কানাডাৰ এলবাৰ্টাৰ পিষ্টন ৱেল ছাৰ্ভিচেজৰ দলক দায়িত্ব অৰ্পন কৰ্তৃপক্ষৰ ৷ অগ্নি নিৰ্বাপন কৰিবলৈ প্ৰতিষ্ঠানটোৱে এন্টন’ভ ম্ৰিয়া বিমানত অনা হৈছে 59 হাজাৰ কিলোগ্ৰামৰ যন্ত্ৰপাতি । অসমত অৱতৰণ কৰাৰ সুবিধা নথকাৰ বাবে সৰ্ববৃহত্‍ কাৰ্গ’ বিমান এন্টন’ভ ম্ৰিয়াৰ বিমানখন কলিকতাত অৱতৰণ কৰিছে ৷

উল্লেখ্য যে, বাঘজানৰ 5 নং তৈল খাদৰ জুই 27 মে'ৰ পৰা আজি পৰ্যন্ত 152 দিন ধৰি জ্বলি আছে । জুই নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা চলাইছে যদিও বাৰে বাৰে ব্যৰ্থ হৈছে অইল ইণ্ডিয়া লিমিটেডে । অৱশেষত জুই নিৰ্বাপন কৰিবলৈ কানাডাৰ পৰা অনা হ'ল বৃহৎ কাৰ্গ’ বিমান এন্টন’ভ (AN124) ।

কলিকতাৰ পৰা বিমানখনে কঢ়িয়াই অনা যন্ত্ৰ-পাতি গাড়ীৰে অনা হ'ব বাঘজানলৈ । প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি, অসম পাওঁতে 14 দিন সময় লাগিব ৷

লগতে পঢ়ক : হঠাৎ অসুস্থ ৰাজ্যপাল মুখীঃ এইমছত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.