ETV Bharat / state

ডুমডুমাত ট্ৰিনিটি প্ৰগেমৰ জড়িয়তে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ - ভাৰতীয় চাহ সংস্থাৰ

মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কাৰ্যসূচীত চলিডাৰেদে়ড এছিয়াৰ লগতে ভাৰতীয় চাহ সংস্থাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল ৷

tenetea porgamme  give pepole mask and seniterzar provide soliderad asia
ডুমডুমাত ট্ৰিনিটি প্ৰগেমৰ জড়িয়তে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ
author img

By

Published : Apr 18, 2020, 9:06 PM IST

ডুমডুমা 18 এপ্ৰিলঃ ভাৰতীয় চাহ সংস্থা আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত গ্ৰহণ কৰা টিনিট্ৰি প্ৰগ্ৰেমৰ অংশ হিচাপে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহ খেতিৰ কৰ্মশালাৰ লগতে চাহ খেতিয়ক আৰু শ্ৰমিকসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে ।

ডুমডুমাত ট্ৰিনিটি প্ৰগেমৰ জড়িয়তে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

কাৰ্যসূচীৰ অংশ হিচাপে আজি ডুমডুমাৰ গৈপানীত বহুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে শ্ৰমিক সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হ'য়। মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কাৰ্যসূচীত চলিডাৰেদে়ড এছিয়াৰ লগতে ভাৰতীয় চাহ সংস্থাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল ।

লগতে পঢকঃ জোনাইত অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা দুখন বাঁহৰ গেট উচ্চেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.