ETV Bharat / state

তিনিচুকীয়াত দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

মঙলবাৰে নিশা গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গুটখা জাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকক চাৰি-পাঁচ জনীয়া দুৰ্বৃত্তৰ দল এটাই তিনিচুকীয়া বাইপাছত হাইজেক কৰি ট্ৰাকত থকা সামগ্ৰী সমূহ নমাই ট্ৰাকখন এৰি দিছিল ।

author img

By

Published : Jul 4, 2019, 8:31 AM IST

হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

তিনিচুকীয়া , ০৪ জুলাই : বৃহস্পতিবাৰে কাহিলী পুৱা তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ ককৰাতলি গাঁৱৰ পল্লৱ ফুকন ওৰফে কচু নামৰ এজন লোকৰ বাসগৃহৰ পৰা ৩৪ বস্তা গুটখা উদ্ধাৰ কৰে । জানিব পৰা মতে, মঙলবাৰে নিশা গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গুটখা জাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকক চাৰি-পাঁচ জনীয়া দুৰ্বৃত্তৰ দলে তিনিচুকীয়া বাইপাছত হাইজেক কৰি ট্ৰাকত থকা সামগ্ৰী সমূহ নমাই ট্ৰাক খন এৰি দিছিল ।

তিনিচুকীয়াত দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ

ইয়াৰ পাচতে ট্ৰাক চালকৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে । বুধবাৰে নিশা জুৰি তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় বৃহস্পতিবাৰে কাহিলী পুৱাতে পল্লৱ ফুকন নামৰ লোক জনৰ ঘৰৰ পৰা চুৰি হোৱা সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে আৰক্ষীৰ অভিযানৰ বিষয়ে উমান পাই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত পল্লৱ ফুকন সহ আটাইকেইজন লোক পলাতক অৱস্থাত আছে ।

Intro:Story:-দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকৰ সামগ্ৰী উদ্ধাৰ::নিশা জুৰি আৰক্ষীৰ অভিজান

OC/VO:-মঙ্গল বাৰে নিশা গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ গোটখা জাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক তিনিচুকীয়া বাইপাছত হাইজেক কৰি চাৰি-পাঁচ জনীয়া দুৰ্বৃত্তৰ দল এটাই সামগ্ৰী সমূহ নমাই লৈ ট্ৰাকখন এৰি দিয়ে। ইয়াৰ পিছতেই ট্ৰাক চালৰকৰ অভিযোগৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে।বুধ বাৰে নিশা জুৰি তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহস্পতিবাৰে কাহিলী পুৱাতে ককৰাতলি গাওঁৰ পল্লব ফুকন ওৰফে কচুৰ ঘৰৰ পৰা ৩৪বস্তা গোটখা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীৰ অভিযানৰ কথা গম পাই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত পল্লব ফুকন ওৰফে কচুসহ আটাইকেইজন পলাতক হৈ আছে।

NB:-It is exclusive.no other's any media/portel

Body:BYET:- বিতুল চেতিয়া,DSP, তিনিচুকীয়া

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.