ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে ডুমডুমাত উদযাপন শিল্পী দিৱস

author img

By

Published : Jan 16, 2022, 2:11 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ সৌজন্যত ডুমডুমাত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন(Silpi divas at Doomdooma) ৷

silpi-divas-organized-by-aasu-at-doomdooma
বৰ্ণিল কাৰ্যসূচীৰে ডুমডুমাত উদযাপন শিল্পী দিৱস

ডুমডুমা, 16 জানুৱাৰী : বাৰেৰহণীয়া কাৰ্যসূচীৰে ডুমডুমাত দেওবাৰৰ পৰা উদযাপন কৰা হৈছে শিল্পী দিৱস(Silpi divas organized by AASU) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা ৰাজহুৱা খেলপথাৰত পুৱাৰে পৰা বাটচৰা মুকলি, অতিথিশালা মুকলি, গ্ৰন্থমেলা দ্বাৰ মুকলিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰে কাৰ্যসূচীখন আৰম্ভ কৰা হৈছে(Silpi divas at Doomdooma) ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহুকেইটা কাৰ্যসূচী বাতিল কৰা বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

লগতে সম্পূৰ্ণ কভিড প্ৰটকল মানি আয়োজন কৰা শিল্পী হৈছে এই শিল্পী দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া হাজাৰ হাজাৰ ছাত্ৰ সন্থা নেতা-কৰ্মী, বিশিষ্ট ব্যক্তি, শিল্পী, প্ৰতিযোগিক আদৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপন সমিতি ৷

ইফালে অৰ্ভথনা সমিতিৰ বিষয়ববী‍য়াই জানিবলৈ দিয়া মতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত শিল্পী দিৱসৰ দিনা অৰ্থাৎ সোমবাৰে উপস্থিত হৈ গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, দিপলীনা ডেকাকে আদি কৰি বহুকেইজন শিল্পীয়ে(Famous singer Zubeen Garg in Silpi divas) ৷

লগতে পঢ়ক : অন্ত পৰিল ডিগবৈ নাজিৰাটিংৰ পৰ্যটন উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.