তিনিচুকীয়া,15 জুলাইঃ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে দেওবাৰে হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত হৈ পৰে ৷ ৰাজনীতিৰ ব্যস্ততাৰ মাজতো তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত উপস্থিত হৈ খেতিয়ক ৰাইজৰ সৈতে হাল বোৱা,কঠীয়া ৰোৱাৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহ আৰু চৰকাৰী আঁচনি সমূহৰ বিষয়েও কৃষক ৰাইজৰ আগত অৱগত কৰে বিধায়কগৰাকীয়ে ৷ অন্যহাতে সাংবাদিকৰ আগত বিজেপি চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলিও মত প্ৰকাশ কৰে ৷
হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক - mla
তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষান হাতত নাঙল লৈ ব্যস্ত খেতি পথাৰত
![হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3846653-thumbnail-3x2-tinsukia---copy.jpg?imwidth=3840)
হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক
তিনিচুকীয়া,15 জুলাইঃ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে দেওবাৰে হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত হৈ পৰে ৷ ৰাজনীতিৰ ব্যস্ততাৰ মাজতো তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত উপস্থিত হৈ খেতিয়ক ৰাইজৰ সৈতে হাল বোৱা,কঠীয়া ৰোৱাৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহ আৰু চৰকাৰী আঁচনি সমূহৰ বিষয়েও কৃষক ৰাইজৰ আগত অৱগত কৰে বিধায়কগৰাকীয়ে ৷ অন্যহাতে সাংবাদিকৰ আগত বিজেপি চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলিও মত প্ৰকাশ কৰে ৷
হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক
হাতত নাঙল লৈ খেতি পথাৰত ব্যস্ত এজন বিধায়ক
Intro:Story:- খেতি পথাৰত ব্যস্ত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান।
Oc/vo:- ৰাজ্যত এতিয়া ভৰপক খেতিৰ বতৰ । এই বতৰত কেৱল সাধাৰন ৰাইজেই নহয় জন প্ৰতিনিধিও নামিছে পথাৰত। হাতত নাঙল লৈ পথাৰত হালবাই খেতি কৰাত ব্যস্ত এইজন তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান । ব্যস্ততাৰ মাজতো দেওবাৰে পুৱাই এনেদৰে খেতি পথাৰত ব্যস্ত হোৱা দেখা গল বিধায়কজনক ।তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত উপস্থিত হৈ খেতিয়ক ৰাইজৰ সৈতে হাল বোৱা ,কঠীয়া ৰোৱাৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধাসমূহ আৰু চৰকাৰী আঁচনি সমূহৰ বিষয়েও কৃষক ৰাইজৰ আগত অৱগত কৰে বিধায়কগৰাকীয়ে ৷ অন্যহাতে সাংবাদিকৰ আগত বিজেপি চৰকাৰে কৃষি ক্ষেত্ৰ খনৰ উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধি সকলক গাঁৱে গাঁৱে গৈ খেতিয়কসকলক কৃষিৰ প্ৰতি অধিক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিয়াৰ কথাও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।
Body:BYET:- সঞ্জয় কিষান,বিধায়ক,তিনিচুকীয়া বিধান সভা সমষ্টি৷Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷