ETV Bharat / state

শদিয়াত সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন উদযাপন - পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ

অধিবেশন খনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পোৱা পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পতাকা উত্তোলন কৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উমা কোঁৱৰে ।

শদিয়াত সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন উদযাপন

author img

By

Published : Jan 9, 2021, 4:27 PM IST

শদিয়া,9 জানুৱাৰীঃ সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশনখন ঐতিহাসিক শদিয়াৰ চপাখোৱাৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰত শুকুৰবাৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ।

শদিয়াত সদৌ অসম আহোম সভাৰ ৬২ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন উদযাপন

অধিবেশন খনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পোৱা পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পতাকা উত্তোলন কৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উমা কোঁৱৰে । উল্লেখযোগ্য যে, কাৰ্যসূচী অনুসৰি আজি পতাকা উত্তোলনৰ লগতে মৈদাম তৰ্পন আৰু ফুৰালুং পূজা আছিল যদিও বিশেষ কাৰণত মৈদাম তৰ্পন আৰু ফুৰালুং পূজা ১০ জানুৱাৰীলৈ পিছোৱাই দিয়া হয় বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।

ইপিনে শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জনজাতি আৱেষ্টনী অঞ্চলত অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগতে আহোম সকলকো ভূমিৰ অধিকাৰ ম্যাদী পট্টা প্ৰদান কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত কৰা হয় বুলি সদৌ অসম আহোম সভাৰ সভাপতি উমা কোঁৱৰে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.