ডুমডুমা, 11 ফেব্ৰুৱাৰীঃ চামেলি মেমচাহাব শ্ৰষ্টা প্ৰখ্যাত কাহিনীকাৰ নিৰোদ চৌধুৰীক সশ্ৰদ্ধ সোঁৱৰণ ৷ ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ ভৱনত সোমবাৰে ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই স্মৃতিচাৰণ সভাখনৰ ৷ গীত-মাত, কবিতাৰে স্মৃতি সজীৱ কৰি তোলে গল্পকাৰগৰাকীৰ ৷ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত নিৰোদ চৌধুৰীৰ সান্নিধ্য, সাহিত্য আৰু জীৱনৰ বিভিন্ন দিশ সমূহৰ ওপৰত আলোকপাত কৰা হয় ৷
চামেলি মেমচাহাবৰ শ্ৰষ্টাক সশ্ৰদ্ধ সোঁৱৰণ - গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰী
ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই স্মৃতিচাৰণ সভাখনৰ ৷
![চামেলি মেমচাহাবৰ শ্ৰষ্টাক সশ্ৰদ্ধ সোঁৱৰণ Remembering Novelist Nirod Chaoudhury](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6030422-thumbnail-3x2-sameli.jpg?imwidth=3840)
ডুমডুমা, 11 ফেব্ৰুৱাৰীঃ চামেলি মেমচাহাব শ্ৰষ্টা প্ৰখ্যাত কাহিনীকাৰ নিৰোদ চৌধুৰীক সশ্ৰদ্ধ সোঁৱৰণ ৷ ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ ভৱনত সোমবাৰে ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা সাংবাদিক নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ ঔপন্যাসিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই স্মৃতিচাৰণ সভাখনৰ ৷ গীত-মাত, কবিতাৰে স্মৃতি সজীৱ কৰি তোলে গল্পকাৰগৰাকীৰ ৷ বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত নিৰোদ চৌধুৰীৰ সান্নিধ্য, সাহিত্য আৰু জীৱনৰ বিভিন্ন দিশ সমূহৰ ওপৰত আলোকপাত কৰা হয় ৷
Slug: ডুমডুমাত ''চামেলি মেম চাব'' কথাছবিৰ কাহিনীকাৰ নিৰোদ চৌধুৰীৰ স্মৃতিচাৰন সভা ।
V/O: ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ ভৱনত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ'য় ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ সাংবাদিক, তথা "চামেলি মেম চাব" কথাছবিৰ কাহিনীকাৰ নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসটি । এই উপলক্ষে নিৰোদ চৌধুৰীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে গীত-কবিতাৰে স্মৃতিচাৰন সভা অনুষ্ঠিত কৰা হ'য় । নিৰোদ চৌধুৰীৰ সান্নিধ্য, সাহিত্য আৰু জীৱনৰ বিভিন্ন দিশ সমূহৰ ওপৰত উপস্থিত বিভিন্ন লোকসকলে বক্তব্য প্রদান কৰে ।
Byte: উদ্যোগতা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 11-02-2020
Slug: ডুমডুমাত ''চামেলি মেম চাব'' কথাছবিৰ কাহিনীকাৰ নিৰোদ চৌধুৰীৰ স্মৃতিচাৰন সভা ।
V/O: ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ ভৱনত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ'য় ডুমডুমাৰ কৃতী সন্তান বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ সাংবাদিক, তথা "চামেলি মেম চাব" কথাছবিৰ কাহিনীকাৰ নিৰোদ চৌধুৰীৰ মৃত্যু দিৱসটি । এই উপলক্ষে নিৰোদ চৌধুৰীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে গীত-কবিতাৰে স্মৃতিচাৰন সভা অনুষ্ঠিত কৰা হ'য় । নিৰোদ চৌধুৰীৰ সান্নিধ্য, সাহিত্য আৰু জীৱনৰ বিভিন্ন দিশ সমূহৰ ওপৰত উপস্থিত বিভিন্ন লোকসকলে বক্তব্য প্রদান কৰে ।
Byte: উদ্যোগতা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।