ETV Bharat / state

আলফা স্বাধীনত যোগদান কৰিব লাটুমণিয়ে ! - লাটুমণি ৰাজকোঁৱৰ

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগীত শিল্পী লাটুমণি ৰাজকোঁৱৰে ৷ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’লে আলফা (স্বা)ত যোগদানৰ হুংকাৰ প্ৰদান কৰে সংগীত শিল্পী গৰাকীয়ে ৷ চৰকাৰে শিল্পী গৰাকীৰ এনে ভাবুকিৰ প্ৰতি কিমানদূৰ গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

নাগৰিকত্ব সংশোধনী আইন
লাটুমণিৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jan 7, 2020, 6:19 PM IST

শদিয়া,7 জানুৱাৰীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে প্ৰতিবাদ অব্যাহত আছে ৷ কিন্তু ৰাজ্য চৰকাৰ বৰ্তমানেও এই আইনৰ সমৰ্থনৰ পক্ষে অটল স্থিতিত আছে ৷ বিভিন্নজনে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ যদিও গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে ৷ অৱশেষত বিতৰ্কিত আইনখন সম্পৰ্কে মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগীত শিল্পী লাটুমণি ৰাজকোঁৱৰে ৷

লাটুমণিৰ প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হ’লে আলফা (স্বা)ত যোগদানৰ হুংকাৰ প্ৰদান কৰে সংগীত শিল্পী গৰাকীয়ে ৷ লগতে পাঁচ লাখ নালাগে পাঁচজন বাংলাদেশী লোক আহিলেও কাটি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছে লাটুমণিয়ে ৷ শিল্পীজনৰ এনে ভাবুকিয়ে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ চৰকাৰে শিল্পী গৰাকীৰ এনে ভাবুকিৰ প্ৰতি কিমানদূৰ গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃআমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ

Intro:Big Breaking news
"কা" কাৰ্যকৰীকৰণ হলে আলফা(স্বা) লৈ যোৱাৰ ভাবুকি সংগীত শিল্পী লাটুমণি ৰাজকোৱঁৰৰ ৷ পাঁচ লাখ নালাগে পাঁচটা বাংলাদেশী আহিলে প্ৰথমে কাটিব শিল্পী লাটুমণি ৰাজকোৱঁৰে ৷ শিল্পীজনৰ এনে ভাবুকিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত ৷Body:Byte : latumoni Rajkonwar, SingerConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.