ETV Bharat / state

মুক্তিৰ পথত যতীন বৰাৰ সপোনৰ ছবি 'ৰত্নাকৰ'

author img

By

Published : Sep 23, 2019, 8:48 PM IST

অসমৰ প্ৰান্তে প্ৰান্তে 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলাই ৰাইজৰ হৃদয় জিনিছে 'ৰত্নাকৰ' টিমে ৷ দেওবাৰে তিনিচুকীয়াত উপস্থিত হৈ তিনিচুকীয়া মহিলা মহাবিদ্যালয় আৰু তিনিচুকীয়াৰ চলিহা নগৰত অনুষ্ঠিত কৰম পূজাত অংশগ্ৰহণ কৰি 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলাই টিম 'ৰত্নাকৰে' ৷ তিনিচুকীয়াৰ পিছতে 'ৰত্নাকৰ'ৰ প্ৰচাৰ কাৰ্যসূচী লৈ উপস্থিত হয় ডিব্ৰুগড় জিলাত ৷

ৰত্নাকৰৰ প্ৰচাৰ

নিউজ ডেক্স,23 ছেপ্টেম্বৰঃ অসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে টিম ৰত্নাকৰে ৷ ঠায়ে ঠায়ে গৈ মানুহৰ মাজত সোমাই ছবিখনৰ প্ৰচাৰ চলাইছে যতীন বৰা সহিতে ৰত্নাকৰৰ কলা-কুশলীসকলে ৷ দেওবাৰে তিনিচুকীয়াত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলাই অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষাৰাণী বিষয়া সহিতে টিম ৰত্নাকৰে ৷ তিনিচুকীয়া মহিলা মহাবিদ্যালয় আৰু তিনিচুকীয়া চলিহা নগৰত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত অংশগ্ৰহণ কৰে টিম ৰত্নাকৰৰ কলা-কুশলীসকলে ৷

ৰত্নাকৰৰ প্ৰচাৰ
তিনিচুকীয়াৰ পিছতেই টিম ৰত্নাকৰ উপস্থিত হয় ডিব্ৰুগড় জিলাত ৷ ক্ৰমে ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়,মনোহাৰী দেৱী আৰু কানৈ মহাবিদ্যালয়ত ব্যাপক প্ৰচাৰ চলাই যতীন বৰা, বৰষাৰাণী বিষয়া সহিতে টিম ৰত্নাকৰৰ সমূহ কলা-কুশলীসকলে ৷

Intro:STORY:তিনিচুকীয়াত ৰত্নাকৰৰ প্ৰচাৰ যতীন বৰাৰ

OC/VO:-মুক্তিৰ পথত যতীন বৰাৰ সপোনৰ ছবি ৰত্নাকৰ। অহা ১১ অক্টোৱৰত অসমৰ সকলো ছবি গৃহতে মুক্তি লাভ কৰিব যতীন বৰাৰ নতুন ছবি ৰত্নাকৰে৷ইতিমধ্যে ছবি খনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে অভিনেতা যতীন বৰা। দেওবাৰে তিনিচুকীয়াত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছে অভিনেতা গৰাকীয়ে । ৰত্নাকৰ প্ৰচাৰৰ বাবে দেওবাৰে তিনিচুকীয়া চলিহা নগৰত অনুষ্ঠিত হৈ থকা কেন্দ্ৰীয় কৰম সন্মিলনত অংশ গ্ৰহণ কৰে ৰত্মাকৰ কলা-কৌশলী সকলে। উক্ত কৰম সন্মিলনৰ ঝুমুৰ নৃত্য লগত এপাক নাচিলেও ৰত্নাকৰ মূল নায়িকা তথা অভিনেত্ৰী বৰষাৰাণী বিষয়াই। তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনৰ মঞ্চৰপৰা ৰত্নাকৰৰ অভিনেতা যতীন বৰা প্ৰযোজক নৱনিতা শৰ্মা বৰা অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ লগতে ৰত্নাকৰ কলা-কৌশলী সকলে অহা ১১ অক্টোৱৰত ছবি খন চাবলৈ উপস্থিত দৰ্শকক অনুৰোধ জনায়। ইফালে সোমবাৰেও ৰত্নাকৰ দলে তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ত ৰত্নাকৰ প্ৰচাৰ চলাই অাৰু অহা ১১ অক্টোৱৰত সকলোকে চিনেমা খন চাবলৈ অনুৰোধ জনায়।

Body:Byte:1: যতীন বৰা।
Byte: 2: বৰষাৰাণী বিষয়া।Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.