ETV Bharat / state

ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ

মনোনয়ন পত্ৰ উঠাই ললে চাবুৱাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দ্বীপনজ্যোতি ফুকনে ৷ অসম জাতীয় পৰিষদৰ লগত থকা মিত্ৰতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ ৷

author img

By

Published : Mar 9, 2021, 8:23 PM IST

ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ
ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ

চাবুৱা,9 মাৰ্চ: 121 নং চাবুৱা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কৃষক মুক্তিৰ নেতা দ্বীপনজ্যোতি ফুকনে মঙলবাৰে উঠাই ললে মনোনয়ন পত্ৰ । মিত্ৰদল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাফেল কুযোৰক প্ৰাৰ্থিত্ব দিয়াৰ বাবে এই সিদ্ধান্ত ৰাইজৰ দলৰ প্ৰাৰ্থী দ্বীপনজ্যোতি ফুকনৰ ৷

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ লগত যাতে কোনো ধৰণৰ সংঘাত নহয় তাৰ বাবেই প্ৰাৰ্থীগৰাকীয়ে উঠাই ল’লে মনোনয়ন পত্ৰ ৷ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো দি শইকীয়াক আনুষ্ঠানিকভাৱে দ্বীপনজ্যোতি ফুকনে অৱগত কৰিলে এই কথা ৷

লগতে পঢ়কঃ এতোৱা মুণ্ডা বনাম বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.