ETV Bharat / state

ব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 8, 2020, 5:37 PM IST

হিংসা পৰিহাৰ কৰি কলা-সাধনাৰ মাধ্যমেৰে বুধবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে নৃত্য ভাৰতী,দিপ্তী নৃত্যালয় নামৰ নৃত্যানুষ্ঠান দুটাই ৷ অনুষ্ঠান দুটাক এই প্ৰতিবাদত সহযোগ কৰে ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনা,ডুমডুমা শাখা সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৷

চি এ এ
নৃত্যানুষ্ঠানৰ উদ্যোগত এই প্ৰতিবাদ

ডুমডুমা,8 জানুৱাৰীঃ ব্যতিক্ৰমী পদ্ধতিৰে ডুমডুমাত সাব্যস্ত কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ হিংসা পৰিহাৰ কৰি কলা-সাধনাৰ মাধ্যমেৰে বুধবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰে নৃত্য ভাৰতী,দিপ্তী নৃত্যালয় নামৰ নৃত্যানুষ্ঠান দুটাই ৷ অনুষ্ঠান দুটাক এই প্ৰতিবাদত সহযোগ কৰে ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনা,ডুমডুমা শাখা সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৷

নৃত্যানুষ্ঠানৰ উদ্যোগত এই প্ৰতিবাদ

ডুমডুমা চহৰস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত গীত-নৃত্য প্ৰদৰ্শনৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে।

লগতে চাওকঃসৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ

Intro:Date: 08-01-2020

Slug: ধৰ্ণা, আন্দোলনেৰে নহ'য় । নৃত্যৰে "কা" বাতিলৰ দাবীত প্ৰতিবাদ ।

V/O: জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত অসমৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । ধৰ্ণা, আন্দোলনৰ পৰিৱৰ্তে আজি ডুমডুমাত গীত-নৃত্যৰে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ডুমডুমা আঞ্চলিক বীৰ লাচিত সেনা, নৃত্য ভাৰতী ডুমডুমা, দিপ্তী নৃত্যালয় ডুমডুমাৰ উদ্যোগত আৰু ডুমডুমা শাখা সাহিত্য সভাৰ লগতে ডুমডুমাবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত ডুমডুমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তীৰ সন্মূখত গীত-নৃত্যৰে নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত প্ৰতিবাদ কৰে । প্ৰতিবাদী কাৰ্যসূচীত ডুমডুমা অঞ্চলৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য পদৰ্শন কৰে ।

Byte: উদ্যোগতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 08-01-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.