তিতাবৰ,1 জুলাইঃ পেটৰ ভাত মুঠি আৰু বিধৱা মাতৃক পোহ পালন দিয়াৰ বাবে বাংগালোৰত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল তিতাবৰ মহকুমাৰ বেকাজান চেৰেলি মিচিং গাঁৱৰ ৰাকেশ পলং। চলিত বৰ্ষৰ 9/6/19 তাৰিখৰ পৰা ঘৰৰ পৰিয়ালৰ লগত হঠাতে যোগাযোগ বিছিন্ন হৈ পৰিছিল ৰাকেশৰ ৷ উপায় বিহীন হৈ পৰিয়ালৰ লোকে বৰহোলা আৰক্ষী চকীৰ কাষ চাপে। বৰহোলা থানাত ৰাকেশৰ মাতৃয়ে পুত্ৰ সন্ধানহীন হৈ থকাৰ এজাহাৰ দাখিল কৰে কিন্তু আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাাই ৰাকেশৰ ৷
বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক - অসমৰ যুৱক
পৰিয়ালৰ লোকে ৰাকেশৰ বন্ধু সকলক লগত যোগাযোগ কৰাত পোহৰলৈ আহে ন ন তথ্য ৷ ৰাকেশৰ বন্ধুবৰ্গই দিয়া তথ্য অনুসৰি কৰ্মস্থলীতে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰাকেশৰ ৷
বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক
তিতাবৰ,1 জুলাইঃ পেটৰ ভাত মুঠি আৰু বিধৱা মাতৃক পোহ পালন দিয়াৰ বাবে বাংগালোৰত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল তিতাবৰ মহকুমাৰ বেকাজান চেৰেলি মিচিং গাঁৱৰ ৰাকেশ পলং। চলিত বৰ্ষৰ 9/6/19 তাৰিখৰ পৰা ঘৰৰ পৰিয়ালৰ লগত হঠাতে যোগাযোগ বিছিন্ন হৈ পৰিছিল ৰাকেশৰ ৷ উপায় বিহীন হৈ পৰিয়ালৰ লোকে বৰহোলা আৰক্ষী চকীৰ কাষ চাপে। বৰহোলা থানাত ৰাকেশৰ মাতৃয়ে পুত্ৰ সন্ধানহীন হৈ থকাৰ এজাহাৰ দাখিল কৰে কিন্তু আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাাই ৰাকেশৰ ৷
Intro:পেটৰ ভাত মুঠি আৰু বিধবা মাতৃক পুহ পালন দিয়াৰ বাবে বাংগালোৰত চিকৰিটি গাৰ্ড চাকৰি কৰিছিল তিতাবৰ মহকুমাৰ বেকাজান চেৰেলি মিচিং গাঁৱৰ ৰাকেশ পলং। যোৱা 9/6/19 তাৰিখৰ পৰা ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ নোহোৱাত পৰিয়াল লোকে পুন প্ৰথমে ৰাকেশ মোবাইল ফোন কল কৰে কিন্তু ৰাকেশ পলং ফোন অফদেখুৱাই । উপায় বিহীন হৈ পৰিয়াল লোকে বৰহোলা থানাৰ কাষ চাপে । বৰহোলা থানাত এখন মিছিং এজাহাৰ দাখিল কৰা হয়।Body:পৰিয়াল লোকে বন্ধু সকলক খবৰ কৰাত এটা কথা পোহৰলৈ আহিছে যে ৰাকেশ পলং এজনী ছোৱালীৰ সৈতে প্ৰেম হৈছিল কিন্তু এই কথা ছোৱালীৰ পৰিয়াল গম পোৱাৰ পাছৰ পৰাহে ৰাকেশ পলং নিৰুদেশ হৈছে বুলি কৈছে ।বন্ধু সকলৰ মতে তাক হত্যা কৰা হৈছে।
Conclusion:
Conclusion: