ETV Bharat / state

বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই !

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত এই মন্তব্য কৰে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই

author img

By

Published : Jul 1, 2019, 4:29 PM IST

''বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই''-- পৃথ্বীৰাজ ৰাভা

ডুমডুমা,১ জুলাইঃ ''বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই'' এই গুৰুতৰ মন্তব্য কৰে সৈনিক শিল্পী বিষ্ণুৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই । ৩০ জুলাই দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি বিষ্ণুৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই বুলি মন্তব্য কৰে । স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ক্ষোভেৰে এই কথা প্ৰকাশ কৰে ।

দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ আঁত ধৰে সদানন্দ দাস, মুকুল মেধি, ভৰত শইকীয়া, স্বৰূপ দাস আৰু নৰেন্দ্ৰ শইকীয়াই । উক্ত কাৰ্যসূচীতেই "ৰূপকাৰ তুমি ভৱিষ্যতৰ" অনুষ্ঠানৰ পুৰস্কাৰ লাভ কৰোঁতা সকলক বঁটা বিতৰণ কৰা হয় আৰু নিশালৈ "পাঞ্চজন্য" সংস্কৃতিক দলৰ শিশু শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ।

Intro:Date:01-07-2019

Sluge: ''বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই''-- পৃথ্বীৰাজ ৰাভা

V/O: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰে ২০ আৰু ৩০ জুলাই তাৰিখে । ৩০ জুলাই দেওবাৰে সামৰণি অনুষ্ঠানৰ মুকলি সভাত মূখ্য বক্তা হিচাপে উপস্থিত থাকে সৈনিক শিল্পী বিষ্ণুৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভা । সৈনিক শিল্পী বিষ্ণুৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক অসম চৰকাৰে প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা নাই বুলি মন্তব্য কৰে । স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ক্ষোভেৰে এই কথা প্ৰকাশ কৰে । পুৱাৰে পৰা অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ আঁত ধৰে সদানন্দ দাস, মুকুল মেধি, ভৰত শইকীয়া, স্বৰূপ দাস আৰু নৰেন্দ্ৰ শইকীয়াই । উক্ত কাৰ্যসূচীতেই "ৰূপকাৰ তুমি ভৱিষ্যতৰ" অনুষ্ঠানৰ পুৰস্কাৰ লাভ কৰোঁতা সকলক বঁটা বিতৰণ কৰা হ'য় । নিশালৈ "পাঞ্চজন্য" সংস্কৃতিক দলৰ শিশু শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ।

Byte: পৃথ্বীৰাজ ৰাভা ।Body:Date:01-07-2019

Byte: পৃথ্বীৰাজ ৰাভা ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.