ডুমডুমা,9মাৰ্চঃ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ প্ৰতি কোনো গুৰুত্ব নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীনচৰকাৰৰ । এই অভিযোগসদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ তিনিচুকীয়া জিলা সমিতিৰ ৷
সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ তিনিচুকীয়াৰ শ্বহীদ পৰিয়ালৰ
লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ শ্বহীদ পৰিয়ালৰ ৷ পৰিয়ালসমূহে অভিযোগ কৰে যে সোণোৱাল চৰকাৰৰ এশ দিনীয়া কৰ্মসূচীত শ্বহীদৰ পৰিয়ালক সংস্থাপন প্ৰদানৰ বিষয়ে ঘোষণা কৰা হৈছিল যদিও দুবছৰ উকলি যোৱাৰ পাচতো ৰাজ্য চৰকাৰে এই প্ৰতিশ্ৰুতি পালন নকৰিলে ৷
ডুমডুমাত তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল
ডুমডুমা,9মাৰ্চঃ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ প্ৰতি কোনো গুৰুত্ব নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীনচৰকাৰৰ । এই অভিযোগসদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ তিনিচুকীয়া জিলা সমিতিৰ ৷
From:-Prasanta Khatowal
Slug:-A_TSK_9MAR_814_PRESS_MEET_PRASANTA_KHATOWAL
শ্বহীদ পৰিয়ালে নাপালে সংস্থাপন
ঃ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ শ্বহীদ পৰিয়ালৰ
OC/VO:-অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ প্ৰতি কোনো গুৰুত্ব নাই বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ।বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো বঞ্চিত এইসকল শ্বহীদ পৰিয়ালে বিজেপি চৰকাৰৰ দিনত কৰ্মসংস্থাপন
লাভৰ কৰা বহু আশা কৰিছিল৷ মূৰকত সৰ্বানন্দ সোনোৱালৰ চৰকাৰেও বঞ্চিত কৰিলে শ্বহীদ নিৰ্যাতিত পৰিয়াল সমূহক৷ প্ৰৱঞ্চনাৰ ক্ষোভ বুকুত বান্ধি শনিবাৰে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ তিনিচুকীয়া জিলা সমিতিয়ে ডুমডুমাত এক সংবাদমেল অনুষ্ঠিত কৰে৷
ৰাজ্য চৰকাৰৰ ১০০ দিনীয়া কৰ্মসূচীত শ্বহীদ পৰিয়াল সমূহক কৰ্মসংস্থাপনৰ কথা উল্লেখ কৰিছিল। কিন্তু চৰকাৰৰ দুবছৰীয়া কাৰ্যকাল পাৰহৈ যোৱাৰ পাছতো এইসকল শ্বহীদ পৰিয়ালৰ প্ৰতি কোনো সদিচ্ছা নেদেখুৱালে চৰকাৰে৷ শ্বহীদসকলৰ পৰিয়ালক একোটাকৈ চৰকাৰী চাকৰি দিয়া হব বুলি আস্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ সোণোৱালে দিয়া সেই আশ্বাস ফুটকাৰ ফেনলৈ পৰিণত হল৷ আজিও শ্বহীদ নিৰ্যাতিত পৰিয়ালে কোনো সংস্থাপন নোপোৱা অভিযোগ তোলে সংবাদেলত৷
শ্বহীদ পৰিয়াল সমূহে সংবাদমেলত আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে এক সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ দিছে।
BYET:- শ্বহীদ পৰিয়াল
#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
Last Updated : Mar 10, 2019, 4:41 AM IST