ETV Bharat / state

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ আয়ুস দীৰ্ঘম্যাদী কৰিবলৈ চৰকাৰক আহ্বান ১৪টাকৈ সংগঠনৰ - মাৰ্ঘেৰিটা উন্নয়ণ খণ্ড

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ আয়ুস দীৰ্ঘম্যাদী কৰিবলৈ চৰকাৰক আহ্বান আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আটছা, আছা,ছাত্ৰ মুক্তি আদিকে ধৰি ১৪ টাকৈ সংগঠনৰ উমৈহতীয়া মঞ্চৰ ।

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ আয়ুস দীৰ্ঘম্যাদী কৰিবলৈ চৰকাৰক আহ্বান ১৪টাকৈ সংগঠনৰ

author img

By

Published : Jun 9, 2020, 7:39 PM IST

মাৰ্ঘেৰিটা, ৯ জুনঃ 'উত্তৰ-পূব কয়লা ক্ষেত্ৰ বন্ধ কৰাৰ কোনো চক্ৰান্ত মানি লোৱা নহ'ব । সৰ্বশক্তিৰে প্ৰতিহত কৰা হ'ব এই গভীৰ ষড়যন্ত্ৰ ।' এই হুংকাৰ প্ৰদান কৰে আছু,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আটছা,আছা,ছাত্ৰ মুক্তি আদিকে ধৰি ১৪ টাকৈ সংগঠনৰ উমৈহতীয়া মঞ্চই ।

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ আয়ুস দীৰ্ঘম্যাদী কৰিবলৈ চৰকাৰক আহ্বান ১৪টাকৈ সংগঠনৰ

মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাকক্ষত সংবাদমেল সম্বোধন কৰি সঞ্জীৱ উলুপ,চিন্তু গগৈ পাপু দত্ত,কাঞ্চন বৰা,নৱজ্যোতি বৰুৱা,জানা সন্দিকৈ আদি লোকে বৈজ্ঞানিক পদ্ধতিৰে কয়লা খননৰ ব্যৱস্থা কৰি উদ্যোগটোৰ আয়ুস দীৰ্ঘম্যাদী কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়কঃ কৰ্ণাটকত স্থগিত বিধানসভা পৰিষদৰ দ্বি-বাৰ্ষিক নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.