ডুমডুমা, 24 ছেপ্টেম্বৰঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী-পেঙেৰী সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-ক'লা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । এসময়ত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পকী কৰা এই পথছোৱা বিগত প্ৰায় ১০ বছৰে মেৰামতিৰ অভাৱত যান-বাহন চলাচলৰ বাবে অনুপযোগী হৈ পৰিছে । যাৰ ফলত জৰাজীৰ্ণ পথৰ বাবে দৈনিক এই পথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা । প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটো মেৰামতিৰ অভাৱত পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহ এতিয়া অঞ্চলবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে । ইপিনে অতি গুৰুত্বপূৰ্ণ এই পথ মেৰামতিৰ বাবে ৰাইজে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে ।
এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ফিল'বাৰীবাসীক - প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনা
ফিল'বাৰী-পেঙেৰী সংযোগী জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে পথাচাৰীক । পথৰ মাজত সৃষ্টি হোৱা গাঁতে জ্বলাকলা খুৱাইছে ৰাইজক,নিৰ্বিকাৰ জনপ্ৰতিনিধি ।
ডুমডুমা, 24 ছেপ্টেম্বৰঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী-পেঙেৰী সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-ক'লা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । এসময়ত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পকী কৰা এই পথছোৱা বিগত প্ৰায় ১০ বছৰে মেৰামতিৰ অভাৱত যান-বাহন চলাচলৰ বাবে অনুপযোগী হৈ পৰিছে । যাৰ ফলত জৰাজীৰ্ণ পথৰ বাবে দৈনিক এই পথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা । প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটো মেৰামতিৰ অভাৱত পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহ এতিয়া অঞ্চলবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে । ইপিনে অতি গুৰুত্বপূৰ্ণ এই পথ মেৰামতিৰ বাবে ৰাইজে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে ।
Slug: ফিল'বাৰী-পেঙেৰী সংযোগী জৰাজীৰ্ণ পথে দুৰ্ভুগ ভুগাইছে পথাচাৰীক ।
:পথাৰ সদৃশ্য পথৰ বাবে ৰাইজৰ দুৰ্দশা, নিৰ্বিকাৰ জনপ্ৰতিনিধি ।
V/O: এটা জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ফিল'বাৰীবাসীক । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী-পেঙেৰী সংযোগী পথৰ বিধ্বস্ত ৰূপে জ্বলা-ক'লা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । এসময়ত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পকী কৰা এই পথছোৱা বিগত প্ৰায় ১০ বছৰে মেৰামতিৰ অভাৱত যান-বাহন চলাচলৰ বাবে অনুপযোগী হৈ পৰিছে । জৰাজীৰ্ণ পথৰ বাবে দৈনিক এই পথত সংঘটিত হৈ আহিছে দুৰ্ঘটনা । প্ৰায় পঁচিছখন গাঁৱৰ ৰাইজৰ বহিঃ জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটো মেৰামতিৰ অভাৱত পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ এই গাতসমূহ এতিয়া অঞ্চলবাসীৰ বাবে আতঙ্কৰ কাৰণ হৈ পৰিছে । অতি গুৰুত্বপূৰ্ণ এই পথ মেৰামতিৰ বাবে ৰাইজে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও পথ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে ।
Byte: স্থানীয় ৰাইজ ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 24-09-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।