শদিয়া,11আগষ্ট :স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী৷ স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৷ প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন ৷
স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম নিৰাপত্তা বাহিনী - sadia
সমাগত দেশৰ স্বাধীনতা দিৱস ৷ কূটাঘাট ৰোধিবলৈ সাজু হৈছে নিৰাপত্তা বাহিনী ৷ অসম-অৰুণাচল সীমান্তত উগ্ৰপন্থীৰ বিৰোদ্ধে চলোৱা হৈছে অভিযান ৷
স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম নিৰাপত্তা বাহিনী
শদিয়া,11আগষ্ট :স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী৷ স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৷ প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন ৷
Intro:Anchor Intro:- দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটামান দিন৷স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন৷স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰা হৈছে নিৰাপত্তা৷ অসম-অৰুণাচল সীমান্তত চলিছে উগ্ৰপন্থী বিৰোধী অভিযান৷ এই সম্পৰ্কে আমাৰ এক এক্সক্লুছিভ প্ৰতিবেদন__
Body:GFX:-সমাগত দেশৰ স্বাধীনতা দিৱস
GFX:-কূটাঘাট ৰোধিবলৈ সাজু নিৰাপত্তা বাহিনী
GFX:-অসম-অৰুণাচল সীমান্তত উগ্ৰপন্থীৰ বিৰোদ্ধে চলিছে অভিযান
VO1:-দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী৷ স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন৷প্ৰত্যেক বছৰে স্বাধীনতা বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বৰ কেইবাটাও নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনে৷৭২ সংখ্যক স্বাধীনতা দিৱসত বিদ্ৰোহী সংগঠন সমূহে যাতে কোনোধৰণৰ কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰি সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনী সমূহক৷
PTC USE
VO2:-শনিবাৰে অসম-অৰুণাচল সীমান্ত টেঙাপানী,বগৰীবাৰী আৰু ঘিলাচাপৰিত শদিয়া আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰোদ্ধে অভিযান চলাই৷ব্ৰহ্মপুত্ৰ নদীৰে নাওৱেৰে যাত্ৰা ন-দিহিং নৈ খোজকাঢ়ি পাৰহৈ শদিয়াৰ উপ-আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱাৰ নেতৃত্বত এটা কামাণ্ডো বাহিনীয়ে চলোৱা দু:সাহিক দৃশ্য এয়া৷ অভিযানকাৰী দলটোৱে সমগ্ৰ অঞ্চলটোত তন্নতন্নকৈ তালাচি চলোৱাৰ লগতে আলফা স্বাধীনৰ সদস্যৰ গতিবিধি নিৰক্ষণ কৰে৷
BYET:-ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,ধলা থানা৷
Conclusion:END:- ইপিনে শদিয়া আৰক্ষী জিলাৰ স্পৰ্শকাতৰ অঞ্চল সমূহত ধাৰাবাহিকভাবে উগ্ৰপন্থীৰ বিৰোদ্ধে অভিযান অব্যাহত ৰাখিছে শদিয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে৷
শদিয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম