ETV Bharat / state

Police attacked by gamblers: গেলাপুখুৰী আৰক্ষীক আক্ৰমণ জুৱাৰী দলৰ

author img

By

Published : Oct 26, 2022, 9:19 AM IST

তিনিচুকীয়া গেলাপুখুৰীত চাঞ্চল্যকৰ ঘটনা ৷ নিয়মীয়া তালাচীত যোৱা গেলাপুখুৰী আৰক্ষীক আক্ৰমণ জুৱাৰী দলৰ ৷

Police attacked by gamblers while on patrol in Tinsukia
গেলাপুখুৰী আৰক্ষীক আক্ৰমণ জুৱাৰী দলৰ
  • তিনিচুকীয়াৰ গেলাপুখুৰীত আৰক্ষীক আক্ৰমণ
  • গেলাপুখুৰী আৰক্ষীৰ টহলদাৰী দলক আক্ৰমণ কৰিলে জুৱাৰীৰ দলে
  • দিপাৱলীৰ নামত গেলাপুখুৰীত চলি আছিল বৃহৎ জুৱা (Gambler attacks on police)
  • সেই সময়তেই গেলাপুখুৰী আৰক্ষীৰ এটা টহলদাৰী দল গৈছিল সেই দিশেৰে
  • আৰক্ষীক দেখি জুৱাৰীৰ দলে শিলাবৰ্ষণ কৰি ভাঙিলে আৰক্ষীৰ বাহনৰ গ্লাচ
  • আহত হ’ল গেলাপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবিন শইকীয়া
  • লগতে আহত বাহনখনৰ চালক ধ্ৰুৱজ্যোতি শইকীয়াও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.