গুৱাহাটী, 9 ছেপ্তেম্বৰ : বাঘজানৰ 5 নং তৈল খাদত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু অইল ইণ্ডিয়াৰ এজন অভিযন্তাৰ ৷ মৃত অভিযন্তা গৰাকীৰ নাম অৰ্ণৱ কিশোৰ বৰদলৈ বুলি জানিব পৰা গৈছে ৷
ঘটনা সংঘটিত হোৱাৰ পিচতে লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ উল্লেখ্য যে, তৈলখাদৰ জুইৰ কাষতে ৱেল্ডিং কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ।
লগতে পঢ়ক : শিৱসাগৰত গাৰ্হস্থ্য হিংসাৰ বলি বোৱাৰী