ETV Bharat / state

মাৰ্ঘেৰিটা আটক সন্দেহজনক NSCN কেডাৰ - Nscn linkmen

শুকুৰবাৰে মাৰ্ঘেৰিটাৰ বাহবাৰীত আটক এজন সন্দেহজনক NSCN কেডাৰ । তিনি নং গাড়োৱাল ৰেজিমেণ্টৰ এটা তহলদাৰী দলে আটক কৰে ব্যক্তিগৰাকীক । আটকাধীন ব্যক্তিগৰাকীৰ পৰা এটা পিস্তল, ২ জাঁই সজীৱ গুলী আৰু এখন পঞ্চায়ত কাৰ্ড লাভ কৰে তহলদাৰী দলটোৱে ।

মাৰ্ঘেৰিটা
মাৰ্ঘেৰিটা আটক সন্দেহৱশত NSCN কেডাৰ
author img

By

Published : May 1, 2020, 10:56 PM IST

তিনিচুকীয়া, ১ মে': তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই বাহবাৰীত শুকুৰবাৰে এনএছচিএন সদস্যৰ সন্দেহত আটক হয় এজন লোক । মাৰ্ঘেৰিটাস্থিত তিনি নং গাড়োৱাল ৰেজিমেণ্টৰ এটা তহলদাৰী দলে আটক কৰে ব্যক্তিগৰাকীক ।

মাৰ্ঘেৰিটা
মাৰ্ঘেৰিটা আটক সন্দেহৱশত NSCN কেডাৰ

আনহাতে, আটকাধীন লোকজন জাগুন ফুলবাৰীৰ নিবাসী সন্তোষ লিম্বু বুলি জানিবলৈ দিয়ে দলটোৱে । তাৰোপৰি আটকাধীন ব্যক্তিগৰাকীৰ পৰা সেনাই এটা পিস্তল, ২ জাঁই সজীৱ গুলী আৰু এখন পঞ্চায়ত কাৰ্ড সহ লোক জনক লিডু আৰক্ষীক চমজাই দিয়ে ।

জানিব পৰা অনুসৰি, ইয়াৰ পূৰ্বেও এন এছ চি এনৰ যোগসূত্ৰকাৰীৰ সন্দেহত সেনাই এজন ব্যক্তিক জেললৈ প্ৰেৰণ কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.