ETV Bharat / state

আৰ্তজনৰ কাষত ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা

সক্ৰিয় ৰূপত ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা । বিছাকুপি আৰু দৈমুখীয়া চাহ বাগিছাৰ লগতে ডুমডুমা FRU চিকিৎসালয় পর্যবেক্ষণ ।

আৰ্তজনৰ কাষত ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা
আৰ্তজনৰ কাষত ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা
author img

By

Published : May 15, 2021, 5:51 PM IST

ডুমডুমা,15 মে’: সক্ৰিয় ৰূপত ডুমডুমা বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা ৷ শনিবাৰে বিছাকুপি আৰু দৈমুখীয়া চাহ বাগিছাত উপস্থিত হৈ বাগিচাকেইখনৰ পৰিস্থিতি বুজ লয় ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷

আৰ্তজনৰ কাষত ডুমডুমাৰ নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালা

শনিবাৰে বাগিচাকেইখনত উপস্থিত হৈ বাগিচা পৰ্যবেক্ষণ কৰাৰ লগতে ডুমডুমা FRU চিকিৎসালয়ত উপস্থিত হৈ বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগ সমূহ বুজ লয় বিধায়ক গৰাকীয়ে ৷ আনহাতে, দৈমুখীয়া চাহ বাগিছাৰ হোম কোৱাৰেণ্টাইন হৈ থকা ক’ভিড ৰোগী সকলৰো স্বাস্থ্য বুজ লয় ৷ লগতে হোম কোৱাৰেণ্টাইন হৈ থকা ক’ভিড ৰোগী সকলক অত্যাৱশ্যকীয় সামগ্ৰীৰো যোগান ধৰে বিধায়ক ৰূপেশ গোৱালাই । ক'ৰণা সংক্ৰমণৰ ৰোধৰ ক্ষেত্ৰত সকলোকে চৰকাৰৰ SOP মানি চলিবলৈও আহ্বান জনাই বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.