ETV Bharat / state

২৬ টা ভাষাত কবিতা আবৃত্তি কৰি অভিলেখ গঢ়িলে কনমাণি প্ৰংশুৱে - কাকপথাৰ নিৱাসী

পাঞ্জাৱী, বেংগলীৰ পৰা নেপালীলৈ, মিচিঙৰ পৰা মালায়ালামলৈ মুঠ ২৬ টা ভাষাত কবিতা আবৃত্তি কৰি প্ৰাংশু চেতিয়াই ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

২৬ টা ভাষাত কবিতা আবৃত্তি কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’ত নাম অন্তৰ্ভুক্ত

author img

By

Published : Feb 20, 2021, 1:08 PM IST

ডুমডুমা,20 ফেব্ৰুৱাৰী: নিজৰ একাগ্ৰতা আৰু পিতৃ-মাতৃৰ আপ্ৰান প্ৰচেষ্ঠাত শেহতীয়াকৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কাকপথাৰৰ প্ৰাংশু চেতিয়া নামৰ এটি শিশুৱে । পাঞ্জাৱী, বেংগলীৰ পৰা নেপালীলৈ, মিচিঙৰ পৰা মালায়ালামলৈ মুঠ ২৬ টা ভাষাত কবিতা আবৃত্তি কৰি প্ৰাংশু চেতিয়াই ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

২৬ টা ভাষাত কবিতা আবৃত্তি কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ’ত নাম অন্তৰ্ভুক্ত

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰাংশু চেতিয়াই ১৬ টা বিভিন্ন ভাৰতীয় ভাষাত কবিতা আবৃত্তি কৰি অসম বুক অফ ৰেকৰ্ডচ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল । কাকপথাৰ নিৱাসী শিক্ষক পিতৃ প্ৰাঞ্জল চেতিয়া আৰু শিক্ষয়িত্ৰী মাতৃ জিন্টি মহনৰ ৮ বছৰীয়া পুত্ৰ তথা কাকপথাৰ শংকৰদেব শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰাংশু চেতিয়াৰ এই সফলতাত পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈছে ।

লগতে পঢ়ক: বিশ্বনাথত দ্ৰুতবেগী স্কৰপিঅ'ই মহটিয়ালে বাইক আৰোহীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.