ETV Bharat / state

কংগ্ৰেছত খহনীয়াঃ শদিয়াত দুই শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

লক্ষিমপুৰ লোকসভা সমষ্টিৰ নৱৰ্নিবাচিত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতীয়া, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ উপস্থিতিত ছৈখোৱা ব্লক কংগ্ৰেছৰ সভাপতি বগেন চেতীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰাঞ্জল সোনোৱালকে ধৰি প্ৰায় দুই শতাধিক কংগ্ৰেছী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষইত হৈ আনুষ্ঠানিক ভাবে দলটোত যোগদান কৰে ৷

শদিয়াত দুই শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান
author img

By

Published : Jun 12, 2019, 9:18 PM IST

শদিয়া, 12 জুন: ভাৰতীয় জনতা পাৰ্টীয়ে শদিয়া সমষ্টিৰ দক্ষিণ পাৰে আজি এক বৃহৎ যোগদান কাৰ্যসুচী হাতত লয় ৷ লক্ষিমপুৰ লোকসভা সমষ্টিৰ নৱৰ্নিবাচিত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতীয়া, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ উপস্থিতিত ছৈখোৱা ব্লক কংগ্ৰেছৰ সভাপতি বগেন চেতীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰাঞ্জল সোনোৱালকে ধৰি প্ৰায় দুই শতাধিক কংগ্ৰেছী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীৰ পতি আসক্তি হৈ আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ ৰাজ্যত সৰ্বানন্দ সোনোৱাল আৰু দেশত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উন্নয়নৰ ঢল বোৱাৰ বাবেই ৰাইজে বিজেপিত যোগদান কৰিছে বিধায়ক বলিন চেতীয়াই জানিবলৈ দিয়ে ৷ ধলাৰ জিৰ্ৰ পইণ্টৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত হোৱা অনুষ্ঠানত নৱনিৰ্বাচীত সাংসদ প্ৰদান বৰুৱাক সম্বৰ্ধনা জনৱোৰ লগতে এক প্ৰিতি ভোজৰ আয়োজন কৰে ৷

শদিয়াত দুই শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

লগতে পঢ়ক: উত্তৰ - পূৰ্বাঞ্চলত ১৩,০০০ কোটি টকাৰ বিনিয়োগ জাপানৰ

শদিয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইসকল মুখ্য নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কাৰ্যই শদিয়া সমষ্টিটোৰ দক্ষিণ পাৰে যে কংগ্ৰেছ শূণ্য হৈ পৰিব সেইয়া ধুৰূপ ৷

Intro:শদিয়া সমষ্টিত কংগ্ৰেছ শূণ্য, দুই শতাধিকৰ বিজেপিত যোগদান

শদিয়া : ভাৰতীয় জনতা পাৰ্টীয়ে শদিয়া সমষ্টিৰ দক্ষিণ পাৰে আজি এক বৃহৎ যোগদান কাৰ্যসুচী হাতত লয় ৷ লক্ষিমপুৰ লোকসভা সমষ্টিৰ নৱৰ্নিবাচিত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতীয়া, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইৰ উপস্থিতিত ছৈখোৱা ব্লক কংগ্ৰেছৰ সভাপতি বগেন চেতীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰাঞ্জল সোনোৱালকে ধৰি প্ৰায় দুই শতাধিক কংগ্ৰেছী বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টীৰ পতি আসক্তি হৈ আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ ৰাজ্যত সৰ্বানন্দ সোনোৱাল আৰু দেশত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উন্নয়নৰ ঢল বোৱাৰ বাবেই ৰাইজে বিজেপিত যোগদান কৰিছে বিধায়ক বলিন চেতীয়াই জানিবলৈ দিয়ে ৷ ধলাৰ জিৰ্ৰ পইণ্টৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত হোৱা অনুষ্ঠানত নৱনিৰ্বাচীত সাংসদ প্ৰদান বৰুৱাক সম্বৰ্ধনা জনৱোৰ লগতে এক প্ৰিতি ভোজৰ আয়োজন কৰে ৷ শদিয়া সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইসকল মুখ্য নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কাৰ্যই শদিয়া সমষ্টিটোৰ দক্ষিণ পাৰে যে কংগ্ৰেছ শূণ্য হৈ পৰিব সেইয়া ধুৰূপ ৷Body:Byte : Bolin chetia, MLA SadiyaConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.