ETV Bharat / state

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ বৃক্ষ ৰোপন কাৰ্যসূচী - tree plantation

তিনিচুকীয়াৰ পানীতোলা-মাকুম বাইপাছত পৰিৱেশ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ উদেশ্যেৰে শনিবাৰে গুইজান বাইপাছ চাৰিআলিত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল, ডিব্ৰুগড়ৰৰ যুটীয়া উদ্যোগত গছ পুলি ৰোপন কাৰ্যসূচীৰ আৰম্ভণি কৰে।

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ বৃক্ষ ৰোপন কাৰ্যসূচী
author img

By

Published : Jul 7, 2019, 3:30 AM IST

7 জুলাইঃ তিনিচুকীয়াৰ পানীতোলা-মাকুম বাইপাছত পৰিৱেশ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ উদেশ্যেৰে শনিবাৰে গুইজান বাইপাছ চাৰিআলিত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল, ডিব্ৰুগড়ৰৰ যুটীয়া উদ্যোগত গছ পুলি ৰোপন কাৰ্যসূচীৰ আৰম্ভণি কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণসহ আন সদস্য সকল ।গছ- গছনিৰ যি ধৰণে ধব্বংস যজ্ঞ চলিছে এইখন সমাজত সেই ধব্বংস যজ্ঞ প্ৰতিৰোধ কৰাৰ বাবে এই গছ- গছনি ৰোপন কাৰ্যসূচী হাতত তুলি লোৱা বুলি উল্লেখ কৰে ছাত্ৰ নেতা গৰাকীয়ে । তিনিচুকীয়াৰ পৰা মাকুমলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ প্ৰায় ২৩ কিলোমিটাৰ যি পথ চোৱা নিৰ্মাণ কৰা হৈছে সেই ২৩ কিলোমিটাৰ পথৰ কাষত গছপুলি ৰোপন কৰি এক পৰিবেশ ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা কাৰ্যক সকলোৱে শলাগ লৈছে৷

Intro:শিৰোনামা:তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ বৃক্ষ ৰোপন

তিনিচুকীয়া,৬জুলাই:- তিনিচুকীয়াৰ পানীতোলা-মাকুম বাইপাছত পৰিৱেশ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ উদেশ্যেৰে শনিবাৰে গুইজান বাইপাছ চাৰিআলিত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল, ডিব্ৰুগড়ৰৰ যুটীয়া উদ্যোগত গছ পুলি ৰোপন কাৰ্যসূচীৰ আৰম্ভণি কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণসহ আন সদস্য সকল।গছ- গছনিৰ যি ধৰণে ধংস যোগ্য চলিছে এইখন সমাজত সেই ধংস যোগ্য প্ৰতিৰোধ কৰাৰ বাবে এই গছ- গছনি ৰোপন কাৰ্যসূচী হাতত তুলি লোৱা বুলি উল্লেখ কৰে ছাত্ৰ নেতা গৰাকীয়ে।তিনিচুকীয়াৰ পৰা মাকুমলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ প্ৰায় ২৩ কিলোমিটাৰ যি পথ চোৱা নিৰ্মাণ কৰা হৈছে সেই ২৩ কিলোমিটাৰ পথৰ কাষত গছপুলি ৰোপন কৰি এক পৰিবেশ ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা কাৰ্যক সকলোৱে শলাগ লৈছেBody:BYET:- অৰুণজ্যোতি মৰাণ, সভাপতি মৰাণ ছাত্ৰ সন্থাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.