ETV Bharat / state

ডিৰাক চুমনি মথাউৰি শীঘ্ৰ মেৰামতিৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ - ইটিভি ভাৰত

ডিৰাক চুমনি চিঙা বান্ধত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে 50 কোটি টকা মোকলাই দিয়াৰ দাবী জনায় কেন্দ্ৰীয় চৰকাৰক

SUMONI DAMP
author img

By

Published : May 4, 2019, 4:11 PM IST

শদিয়া , 4 মে': ডিৰাক চুমনি বান্ধৰ ভঙা অংশ পৰিদৰ্শন কৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ বিগত 2 মে'ত তেঁওৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি অতি সোনকালে পুৰণা চিগা মথাউৰিটোৰ মেৰামতিৰ লগতে মূল মথাউৰিটো অতি সোনকালে শক্তিশালী ভাবে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ দিনৰ প্ৰায় 11 বজাত নেতাগৰাকীয়ে ন-দিহিং পানীৰ ভয়াবহতাৰ লগতে ভৱিষ্যতে মূল বান্ধটো ভাগিলে প্ৰভাৱ পৰিব পৰা অঞ্চলসমূহৰ ক্ষেত্ৰত ৰাইজক সচেতন হ'বৰ বাবে আহ্বান জনায় ৷

ডিৰাক চোমনি মথাউৰি শীঘ্ৰ মেৰামতিৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

লগতে পঢ়ক : অৰুণাচলত গাঞ্জাসহ আটক অসমৰ যুৱক

ইয়াৰোপৰি অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ ডিৰাক চুমনি বান্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰক 50 কোটি টকা মোকলাই দিবলৈও দাবী উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ বিগত সময়চোৱাত চৰকাৰে মোকলাই দিয়া ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে আহিবলগীয়া ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাই চকু ৰাখিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উক্ত মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে স্মাৰকপত্ৰ দিয়া হ'ব বুলি নেতা গৰাকীয়ে জানিবলৈ দিয়ে ৷

Intro:ডিৰাক চোমনি চিঙা বান্ধত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, ৫০ কোটি টকা মোকলাই দিয়াৰ দাবী কেন্দ্ৰীয় চৰকাৰক

শদিয়া : যোৱা ২মেত ডিৰাক চোমনি বান্ধৰ পুৰণা বান্ধটোৰ ভঙা অংশ পৰিদৰ্শন কৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ তেখেতৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি অতি সোনকালে পুৰণা চিগা মথাউৰিটোৰ মেৰামতিৰ লগতে মুল মথাউৰিটো অতি সোনকালে শক্তিশালী ভাবে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ দিনৰ প্ৰায় ১১বজাত নেতা গৰাকীয়ে ন-দিহিং পানীৰ ভয়াবহতাৰ লগতে ভৱিষ্যতে মুল বান্ধটো ভাগিলে প্ৰভাৱ পৰিব পৰা অঞ্চলসমুহৰ ক্ষেত্ৰত ৰাইজক সজাগ সচেতন হবৰ বাবে আহ্বান জনোৱাৰ লগতে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ ডিৰাক চোমনি বান্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫০কোটি টকা মোকলাই দিবলৈও দাবী উথাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ বিগত চৰকাৰে সমুহে মোকলাই দিয়া ধন সমুহ সৎ ব্যৱহাৰ নকৰাৰ বিষয়টো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে আহিবলগীয়া ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাই চকু ৰাখিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়াৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষ্যাৎ কৰি উক্ত মথাউৰিটো পুণৰ নিৰ্মাণৰ বাবে স্মাৰকপত্ৰ দিয়া হব বুলি নেতা গৰাকীয়ে জানিবলৈ দিয়ে ৷Body:Byte : Arunjyoti Moran, President, Moran Student UnionConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.