ETV Bharat / state

দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ

author img

By

Published : Feb 19, 2021, 1:40 PM IST

বৃহস্পতিবাৰে নিশা 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু কলেজ পথ আৰু কলপৰা গাঁৱৰ পদপথত লগোৱা অসম জাতীয় পৰিষদৰ বেনাৰসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ
দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ

মাৰ্ঘেৰিটা,19 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৰাজনৈতিক কুজকাৱাজ। তাৰ সমান্তৰালভাৱে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো আৰম্ভ হৈছে ৰাজনৈতিক দলৰ তৎপৰতা ৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক কূট কৌশল ৷ বৃহস্পতিবাৰে নিশা সমষ্টিটোৰ ভিন্ন প্ৰান্তত আৰি থোৱা অসম জাতীয় পৰিষদৰ একাংশ ফলক দুষ্কৃতিকাৰীয়ে ফালি পেলোৱা কাণ্ডই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, একাংশ দুষ্কৃতিকাৰীয়ে সম্প্ৰতি ৰাজনৈতিক দলৰ বেনাৰ হৰ্ডিং সমূহ এফালৰ পৰা ফালি যোৱাক লৈ অঞ্চলটোৰ একাংশ লোকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গনতান্ত্ৰিক ভাৱধাৰাক চূড়ান্তভাৱে কুঠাৰাঘাট কৰি লিডু কলেজ পথ আৰু কলপৰা গাঁৱৰ পদপথত লগোৱা অসম জাতীয় পৰিষদৰ বেনাৰসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলোৱাত সমগ্ৰ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এনে নিকৃষ্ট ৰাজনীতিক সহজভাৱে ল'ব পৰা নাই সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক: ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.