ETV Bharat / state

তিনিচুকীয়াত ভয়ানক হস্তী-মানৱ সংঘাত - হস্তী

তিনিচুকীয়াৰ ফিল'বাৰীত বন্যহস্তীৰ দলে লণ্ড ভণ্ড কৰিলে কেইবাটাও বাসগৃহ ৷ কথমপি প্ৰাণ ৰক্ষা শিশু সহ কেইবাজনো লোকৰ ৷

তিনিচুকীয়াত ভয়ানক হস্তী মানুহৰ সংঘাত
author img

By

Published : Sep 19, 2019, 3:02 PM IST

ডুমডুমা, 19 চেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ নতুন মাইথং গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ৷ কথমপি প্ৰাণ ৰক্ষা পাঁচটাকৈ পৰিয়ালৰ ৷ বুধবাৰে নিশা বন্যহস্তীৰ এটা দলে গাঁওখনত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷ হাতীৰ জাকটোৱে গাঁও খনৰ বাসিন্দা ক্ৰমে যোগেছ ভূমিজ, বার্না লাকৰা, অনুচ্ছেন ওৰাং , ৰতন সমাসী আৰু সন্তোষ ওৰাং নামৰ লোক কেইজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ লগতে খাদ্য শস্যও ভক্ষণ কৰে ৷ আনহাতে হাতীৰ জাকটোৰ এই আক্ৰমণৰ ফলত শিশু সহ কেইবাজনো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

তিনিচুকীয়াত ভয়ানক হস্তী মানুহৰ সংঘাত

উল্লেখযোগ্য যে, পূৰ্বতেও অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰৱে গাঁওবাসীক আতংকিত কৰি আহিছে ৷ কিন্তু এই বিষয়ে স্থানীয় বন সংমণ্ডলক বহুবাৰ অৱগত কৰিছে যদিও হস্তী মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Intro:Date: 19/9/2019

Slug: ফিল'বাৰীৰ বিজুলীবনৰ নতুন মাইথং গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । কথমপি প্ৰাণ ৰক্ষা পাঁচটাকৈ পৰিয়ালৰ ।

V/O: ফিল'বাৰীৰ বিজুলীবনৰ নতুন মাইথং গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ গাঁৱৰ ৰাইজৰ । হাতীৰ এটা যাকে ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাটাও বাস গৃহ । হাতীৰ জাকটোৱে গাঁওখনৰ বাসিন্দা ক্ৰমে যুগেছ ভূমিজ, বার্না লাকৰা, অনুচ্ছেন ওৰাং ,ৰতন সমাসী আৰু সন্তোষ ওৰাং নামৰ লোক কেইজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ লগতে খাদ্য সামগ্ৰীও ভক্ষণ কৰি পেলাই হাতীৰ জাকে ।
কথমপি প্ৰাণ ৰক্ষা শিশু সহ পৰিয়ালৰ লোকৰ ।

পূৰ্বতেও এনেদৰেই বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকত ভুগিছে গাঁওবাসীয়ে । বহুতবাৰ বন সংমণ্ডলক অৱগত কৰাৰ পাছতো নীৰৱ ভূমিকা ডুমডুমা বন বিভাগটোৰ বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ।

Byte: ভুক্তভোগী পৰিয়ালৰ লোক ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 19/9/2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.