ETV Bharat / state

ৰঙালীৰ ৰঙত উখল-মাখল মাকুমকিল্লা - বিহু

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অবিভক্ত ডিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ লগতে অভিনেত্ৰী শ্যামন্তিকা আৰু তনভী শৰ্মাৰ অংশগ্ৰহণ ৷

ৰঙালীৰ ৰঙত উখল-মাখল মাকুমকিল্লা
author img

By

Published : Apr 26, 2019, 9:22 AM IST

মাৰ্ঘেৰিটা,26 এপ্ৰিলঃ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসংস্কৃতিৰ সমাহাৰেৰে মুখৰিত হ’ল মাৰ্ঘেৰিটাৰ মাকুমকিল্লা । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অবিভক্ত ডিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে উদ্বোধন কৰা এই শোভাযাত্ৰাত জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু তনভী শৰ্মাই অংশগ্ৰহণ কৰে৷ দুয়োগৰাকী অভিনেত্ৰীৰ লগতে অসংখ্য লোকে পদব্ৰজে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ শোভাযাত্ৰাৰ পাচতেই মঞ্চ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ মুখ্য সম্পাদক সুনীল গুৰুং, সাধাৰণ সম্পাদক মনোজ ফুকনে আঁতধৰা অনুষ্ঠানটোত মৰাণ বিহু , বিহু হুঁচৰি পৰিৱেশিত হোৱাৰ লগতে জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যমন্তিকা শৰ্মা আৰু তনভী শৰ্মাই বিহু নৃত্য পৰিৱেশন কৰে । উল্লেখ্য যে, অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি ৰূপে মণিকুন্তলা ভট্টাচাৰ্যই অংশগ্ৰহণ কৰাৰ লগতে নিশা হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু ভৃগু কাশ্যপে অংশগ্ৰহণ কৰিব ৷

Intro:

মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ্নষীকেশ গোস্বামীয়ে উদ্বোধন কৰে শোভাযাত্ৰা

O.C বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসংস্কৃতিৰ সমাহাৰেৰে মুখৰিত হল মাৰ্ঘেৰিটাৰ মাকুমকিল্লা । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অবিভক্ত ভিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উপলক্ষে এই সাংস্কৃতিক সমাহাৰ । মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ্নষীকেশ গোস্বামীয়ে উদ্বোধন কৰা শোভাযাত্ৰাটিত জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যমন্তিকা শৰ্মা আৰু তনভী শৰ্মাই অংশগ্ৰহণ কৰে ।

V.O বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসংস্কৃতিৰ সমাহাৰেৰে মুখৰিত হল মাৰ্ঘেৰিটাৰ মাকুমকিল্লা । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অবিভক্ত ভিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উপলক্ষে এই সাংস্কৃতিক সমাহাৰ । অসম ঢৰকাৰৰ ছাত্ৰ যূৱ কল্যাণ উপদেষ্টা সমিতিৰ সঢিব লক্ষ্য কোৱঁৰ , স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ্নষীকেশ গোস্বামীয়ে উদ্বোধন কৰে । 

V.O জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যমন্তিকা শৰ্মা আৰু তনভী শৰ্মাৰ লগতে আটাইকেইজন অতিথিয়ে শোভাযাত্ৰাত পদব্ৰজে অংশগ্ৰহণ কৰে ।

VO তাৰপিছতে মন্ঞ্চ মুকলি অনুষ্ঠান অনুষ্ঠিত হয় । মুখ্য সম্পাদক সুনীল গুৰুং সাধাৰণ সম্পাদক মনোজ ফুকনে আতঁ ধৰা অনুষ্ঠানটোত মৰাণ বিহু , বিহু হুচৰি পৰিবেশিত হোৱাৰ লগতে জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যমন্তিকা শৰ্মা আৰু তনভী শৰ্মাই বিহু নৃত্য পৰিবেশন কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হ্নষীকেশ গোস্বামীয়ে অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ কথা কোৱাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত অসমীয়া বুলি কয় ।

VO অন্তুিম দিনা মুকলি সভাত মুখ্য অতিথি ৰূপে মণিকুন্তলা ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰাৰ লগতে নিশা হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ , ভৃগু কাশ্যপ আদিয়ে অংশগ্ৰহন কৰিব ।Body:Byte-SHYMONTIKA SHARMA
BYTE-TANVI SHARMA
BYTE-RISHIKESH GOSWAMIConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.