ETV Bharat / state

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং মৌজাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

author img

By

Published : Oct 12, 2020, 3:51 PM IST

বুঢ়ীদিহিং মৌজাত কংগ্ৰেছ দলৰ প্ৰতি নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকল অধিক আকৰ্ষিত হৈছে যাৰ পৰিপেক্ষিতত নৱ-প্ৰজন্মৰ বহুসংখ্যক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি উল্লেখ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক বাসুদেৱ ছেত্ৰীয়ে ।

margherita-congress-joinning-program
মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং মৌজাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

ডুমডুমা, 12 অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বিজুলীবন ৰাজহুৱা ৰংগমঞ্চত কংগ্ৰেছ দলে এক যোগদান অনুষ্ঠানৰ আয়োজন কৰে । উক্ত যোগদান কাৰ্যসূচীত কৈলাশপুৰ, বুঢ়ীদিহিং, বিজুলীবন আৰু দুৱাৰমৰা পঞ্চায়তৰ বহু সংখ্যক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । এই অনুষ্ঠানতেই তিনিচুকীয়া জিলা কংগ্ৰেছৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক বাসুদেৱ ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.