ETV Bharat / state

মাৰ্ঘেৰিটাৰ কঠালগুৰিত এ জি পি ৰ অৱস্থান ধৰ্মঘট - Margherita AGP Protest

মাৰ্ঘেৰিটাৰ কঠালগুৰিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

মাৰ্ঘেৰিটাৰ কঠালগুৰিত এ জি পি ৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Aug 19, 2019, 10:15 PM IST

মাৰ্ঘেৰিটা, 19 আগষ্ট : মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কঠালগুৰি মিহলিৰিতু গাঁৱত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । প্ৰাপ্ত তথ্য অনুসৰি মিহলিৰিতু ন-আলি প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষয়ত্ৰী নিয়োজিত হৈ থকাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যসূচীটো গ্ৰহণ কৰে সংগঠনটোৱে । বিদ্যালয় খনত পৰ্য্যাপ্ত স্থায়ী শিক্ষক নিযুক্তিৰ লগতে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিষদে সকীয়াই দিয়ে অন্যথা অনাগত দিনত বিষয়টোৰ ওপৰত পৰিষদে তীব্ৰ গণ আন্দোলন কাৰ্য্যসূচী গ্ৰহন কৰিব বুলিও মন্তব্য কৰে সংগঠনটোৰ সম্পাদক কাঞ্চন বৰাই । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সৌজন্যত তথা মিহলিৰিতু শাখা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ লগতে উপস্থিত থাকে প্ৰচাৰ সম্পাদক দেৱজিত সোণাৰ আৰু সংগঠনটোৰ বহু সংখ্যক কৰ্মী ৷

Intro:মাৰ্ঘেৰিটাৰ কঠালগুৰিত AJYCP ৰ অৱস্থান ধৰ্মঘট
মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কঠালগুৰি মিহলিৰিতু গাঁৱত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । প্ৰাপ্ত তথ্য অনুসৰি মিহলিৰিতু ন- আলি প্ৰাথমিক বিদ্যালয়ত অধ্যয়ণৰত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষয়ত্ৰী নিয়োজিত হৈ থকাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্য্যসূচীটো গ্ৰহন কৰে । বিদ্যালয় খনত পৰ্য্যাপ্ত স্থায়ী শিক্ষক নিযুক্তিৰ লগতে বিদ্যালয় খনৰ আন্তঃগাঠণি উন্নয়ণৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহন কৰিবলৈ পৰিষদে সকীয়াই দিয়ে অন্যথা অনাগত দিনত বিষয়টোৰ ওপৰত পৰিষদে তীব্ৰ গণ আন্দোলণ কাৰ্য্যসূচী গ্ৰহন কৰিব বুলিও মন্তব্য দিয়ে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সৌজন্যত তথা মিহলিৰিতু শাখা সমিতিৰ উদ্যোগত গ্ৰহন কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা , প্ৰচাৰ সম্পাদক দেৱজিত সোণাৰৰ লগতে সংগঠনটোৰ ভালে সংখ্যক কৰ্মী উপস্থিত থাকে ।Body:Byte-কাঞ্চন বৰা,AJYCP LEADERConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.