ETV Bharat / state

মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - ব্যৱসায়িক প্ৰতিষ্ঠান

পথ অৱৰোধৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আটছা মাকুম শাখা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Dec 4, 2020, 5:17 PM IST

ডুমডুমা,4 ডিচেম্বৰঃ ৩০ নবেম্বৰৰ নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ১২ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপিত হোৱা পবিত্ৰ দাস আৰু গৌতম চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবীত শুকুৰবাৰে মাকুমত আটছাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাকুমত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
উল্লেখযোগ্য যে, পথ অৱৰোধৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আটছা মাকুম শাখা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰৰ জৰিয়তে ধৰ্ষণৰ অভিযোক্ত দুজনক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচি দিয়াৰ লগতে কিশোৰীগৰাকীৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে বহন কৰাৰ দাবী জনায় সংগঠনটোৱে ৷লগতে পঢ়কঃ ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.