ETV Bharat / state

বাঘজানৰ আশ্ৰয় শিবিৰত লুৰিণজ্যোতি গগৈ - বাঘজান

আশ্ৰয় শিবিৰত লুৰিণজ্যোতি গগৈয়ে বাঘজান অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক আছুৱে বিনামূলীয়াকৈ পঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ।

Lurin gogoi present at Baghjaan
বাঘজানৰ আশ্ৰয় শিবিৰত লুৰিণজ্যোতি গগৈ
author img

By

Published : Jun 16, 2020, 7:27 PM IST

তিনিচুকীয়া, 16 জুন : তিনিচুকীয়াৰ বাঘজানৰ আশ্ৰয় শিবিৰত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা দল উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় । আছুৰ দলটোৱে আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে । আশ্ৰয় শিবিৰত লুৰিণজ্যোতি গগৈয়ে বাঘজান অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক আছুৱে বিনামূলীয়াকৈ পঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ।

বাঘজানৰ আশ্ৰয় শিবিৰত লুৰিণজ্যোতি গগৈ

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে বাঘজানৰ তৈলখাদত অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ আদায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে অইল ইণ্ডিয়াই ক্ষতিগ্ৰস্ত লোকসকলক কিদৰে ক্ষতিপুৰণ দয়া হ'ব সেয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: তেজপুৰত কম খৰছত পানী সংশোধন কৰা যন্ত্ৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.