তিনিচুকীয়া 12 জুলাইঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হয় অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাক। বুধ বাৰে নিশা কাঠভৰ্তি এখন ট্ৰাক পানীতোলা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হোৱা ট্ৰাকখনৰ চালকজন পলায়ন কৰে যদিও ট্ৰাক খনৰ হেণ্ডিমেন জনক আটক কৰে পানীতোলা আৰক্ষীয়ে । নথিপত্ৰ বিহীন কাঠভৰ্তি ট্ৰাকখন যোৰহাটৰ মৌচম শইকীয়া নামৰ ব্যৱসায়ী জনে অৰুণাচলৰ খুনচাৰ পৰা যোৰহাটলৈ চোৰাং কাঠ সমূহ অনা বুলি জানিব পৰা গৈছে। ট্ৰাক খনত থকা মূল্যবান কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২৬ লাখ টকা।
তিনিচুকীয়াত জব্দ চোৰাং কাঠভৰ্ত্তি ট্ৰাক - police
অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হয় অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাক সমূহ ।
তিনিচুকীয়া 12 জুলাইঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হয় অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাক। বুধ বাৰে নিশা কাঠভৰ্তি এখন ট্ৰাক পানীতোলা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হোৱা ট্ৰাকখনৰ চালকজন পলায়ন কৰে যদিও ট্ৰাক খনৰ হেণ্ডিমেন জনক আটক কৰে পানীতোলা আৰক্ষীয়ে । নথিপত্ৰ বিহীন কাঠভৰ্তি ট্ৰাকখন যোৰহাটৰ মৌচম শইকীয়া নামৰ ব্যৱসায়ী জনে অৰুণাচলৰ খুনচাৰ পৰা যোৰহাটলৈ চোৰাং কাঠ সমূহ অনা বুলি জানিব পৰা গৈছে। ট্ৰাক খনত থকা মূল্যবান কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২৬ লাখ টকা।
OC/VO:-অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হয় অবৈধ কাঠ বুজাই কৰা ট্ৰাক।বুধ বাৰে নিশা কাঠভৰ্তি এখন ট্ৰাক পানীতোলা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হোৱা ট্ৰাকখনৰ চলকজন পলায়ন কৰে যদিও ট্ৰাক খনৰ হেণ্ডিমেন জনক আটক কৰে পানীতোলা আৰক্ষীয়ে। নথিপত্ৰ বিহীন কাঠভৰ্তি ট্ৰাকখন যোৰহাটৰ মৌচম শইকীয়া নামৰ ব্যৱসায়ি জনে অৰুণাচলৰ খুনচাৰ পৰা যোৰহাটলৈ চোৰাং কাঠ সমূহ নিয়া বুলি জানিব পৰা গৈছে। ট্ৰাক খনত থকা মূল্যবান কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২৬ লাখ টকাৰ বুলি জানিব পৰা গৈছে।
Body:BYET:-ট্ৰাকৰ হেণ্ডিমেন।
Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।