ডুমডুমা, 3 এপ্ৰিলঃমঙলবাৰে ডুমডুমাত সংঘটিত হয়এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ বকপাৰাত এখন তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে এজন স্কুলীয়া ছাত্ৰক ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাততীব্ৰ বেগী ডাম্পাৰখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ছাত্ৰজনৰ ৷ নিহত ছাত্ৰজনৰ নাম সঞ্জয় তাচা ৷ সঞ্জয় তাচা বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰ আছিল ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰাৰলগতে ডুমডুমা-ফিল'বাৰী পথ অৱৰোধ কৰে ৷
ডুমডুমাত ডাম্পাৰে মহতিয়ালে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক - বকপাৰাত
থিতাতে নিহত ছাত্ৰঃ দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজৰ পথ অৱৰোধ

পথ দুৰ্ঘটনাত নিহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ
ডুমডুমা, 3 এপ্ৰিলঃমঙলবাৰে ডুমডুমাত সংঘটিত হয়এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ বকপাৰাত এখন তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে এজন স্কুলীয়া ছাত্ৰক ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাততীব্ৰ বেগী ডাম্পাৰখনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ছাত্ৰজনৰ ৷ নিহত ছাত্ৰজনৰ নাম সঞ্জয় তাচা ৷ সঞ্জয় তাচা বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰ আছিল ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰাৰলগতে ডুমডুমা-ফিল'বাৰী পথ অৱৰোধ কৰে ৷
ডুমডুমাত ডাম্পাৰে মহতিয়ালে ষষ্ট শ্ৰেণীৰ ছাত্ৰক

Intro:ডুমডুমাৰ বৰডডুবিত পথ দূৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া ছাত্ৰ
তিনিচুকীয়া জিলাৰ ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ বকপাৰাত আজি দিনৰ ১১ বজাত এক পথ দূৰ্ঘটনা সংঘটিত হয় । তিব্ৰ বেগী ডাম্পাৰৰ খুণ্ডাত বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ চঞ্জয় তাচা থিতাতে নিহত হয় । AS 23 BC 8748 নম্বৰৰ এখন তিব্ৰ বেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়ে ছাত্ৰজনক । বিদ্যালয়ৰ পৰা তাৰাজানৰ ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা খুণ্ডা মাৰে ডাম্পাৰখনে । দূৰ্ঘটনাক কেন্দ্ৰ কৰি তিব্ৰ উত্তেজনা সৃষ্টি হৈছে ঘটনাস্থলীত । স্থানীয় ৰাইজে অৱৰুধ কৰি ৰাখিছে পথটো ।Body:Byte-1Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ