ETV Bharat / state

ডুমডুমাৰ কাঠৰ ডিপোত বন বিভাগৰ অভিযান - উপায়ুক্ত

অবৈধ 'খয়েৰ' কাঠ মজুত থকাৰ সন্দেহত ডিপোটোত তালাচি চলোৱা হয় । ডিপোটোত অভিযানৰ সময়ছোৱাত পেলনীয়া অৱস্থাত থকা কেইটামান খয়েৰ কাঠৰ টুকুৰা উদ্ধাৰ হয় ।

ডুমডুমাৰ কাঠৰ ডিপুত অভিযান বন বিভাগৰ
author img

By

Published : Jun 2, 2019, 11:03 PM IST

ডুমাডিমা,২জুন : দেওবাৰে সন্ধিয়া ডুমডুমাৰ ৰূপবনত থকা কাঠৰ ডিপো এটাত বন বিভাগৰ ডুমডুমা আৰু ডিব্ৰুগড় সংমণ্ডলে যুটীয়াভাৱে অভিযান চলায় । অবৈধ 'খয়েৰ' কাঠ মজুত থকাৰ সন্দেহত ডিপোটোত তালাচি চলোৱা হয় । ডিপোটোত অভিযানৰ সময়ছোৱাত পেলনীয়া অৱস্থাত থকা কেইটামান খয়েৰ কাঠৰ টুকুৰা উদ্ধাৰ হয় । জানিবলৈ পোৱা মতে বন বিভাগে দিয়া অনুজ্ঞাপত্ৰৰ আঁৰত ডিপোখনত অবৈধভাৱে খয়েৰ কাঠৰ বেহা কৰা বুলি উপায়ুক্তক অভিযোগ দিছিল কোনো অজ্ঞাত লোকে আৰু তাৰ ভিত্তিতেই দেওবাৰে সন্ধিয়া বন বিভাগে আৰক্ষীৰ সহযোগত এই অভিযান চলায় ।

Intro:Date: 02-6-2019

Sluge: ডুমডুমাত কাঠৰ ডিফুত বন বিভাগৰ আকস্মিক তালাচি । অবৈধ "খৈয়ৰ" কাঠৰ সন্দেহত তালাচি ।

V/O: দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডুমডুমাৰ ৰূপবনত থকা কাঠৰ ডিফু এটাত বন বিভাগৰ ডুমডুমা আৰু ডিব্ৰুগড় সংমণ্ডলে যুটীয়াভাৱে অভিযান চলাই । ডিফুটোত তালাচিৰ সময়চোৱাত পেলনীয়া অৱস্থাত থকা কেইটামান খৈয়াৰ কাঠৰ টুকুৰাৰ বাহিৰে ডিফুখনত একো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল বন বিভাগে । জানিবলৈ পোৱা মতে বন বিভাগে দিয়া অনুজ্ঞাপত্ৰৰ আৰঁত ডিফুখনত অবৈধ খৈয়াৰ কাঠৰ বেহা কৰা বুলি জিলা উপায়ুক্তলৈ অভিযোগ দিছিল কোনো অজ্ঞাত লোকে, সেই ভিত্তিত দেওবাৰে সন্ধিয়া বন বিভাগে আৰক্ষীৰ সহযোগত এই অভিযান চলাই । আনফালে এইয়া বন বিভাগৰ এক ভেকুভাওনা বুলি একাংশ লোকে অভিযোগ কৰে ।

Byte: বন বিষয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 02-6-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.