ETV Bharat / state

তিনিচুকীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে একাংশই নিচা জাতীয় দ্ৰব্য সৰবৰাহৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে । ইয়াৰ মাজতে তিনিচুকীয়াত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়(Drugs Peddlers arrest in Tinisukia)।

author img

By

Published : Aug 13, 2022, 2:26 PM IST

Updated : Aug 13, 2022, 4:21 PM IST

Drugs Peddlers arrest in Tinisukia
তিনিচুকীয়াত আৰক্ষীৰ জালত ড্ৰাগছ দুই সৰবৰাহকাৰী

তিনিচুকীয়া, ১১আগষ্ট: ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ তাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ব্যৱসায় । সমান্তৰালভাৱে তিনিচুকীয়া আৰক্ষীয়েও এই ক্ষেত্ৰত অধিক সতৰ্কতাৰে ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে ৷ ইয়াৰ মাজতেই তিনিচুকীয়াত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়(Drugs Peddlers arrest in Tinisukia)।

n
b

সূত্ৰ অনুসৰি শুক্ৰবাৰে নিশা আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ হোটেল মেট্ৰ'ত দুজন যুৱকে ড্ৰাগছৰ বেহা চলাই থকা বুলি তথ্য় লাভ কৰে । আৰক্ষীয়ে ড্ৰাগছসহ নামৰূপৰ কেশৱ গগৈ(৪২)আৰু পলাশ বৰাক (৩২)আটক কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে আটকাধীন দুই যুৱকৰ পৰা আৰক্ষীয়ে ৫.৫গ্ৰাম হেৰ'ইনৰ লগতে নগদ ৯৫ হাজাৰ ধন,১০ টা চিৰিঞ্জ আৰু এখন মটৰ চাইকেল জব্দ কৰে । ইতিমধ্য়ে আৰক্ষীয়ে ধৃত যুৱকদুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Drugs peddler arrested in Jonai: জোনাইত গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

Last Updated : Aug 13, 2022, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.