ETV Bharat / state

কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷

author img

By

Published : Jun 25, 2020, 10:48 AM IST

কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিকলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰতা কোঁৱৰ
কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

ডুমডুমা, 25 জুনঃ কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে ডুমডুমাৰ মৌমিতা কোঁৱৰে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷ ডুমডুমা বৰহাপজান নিবাসী বিমল কোঁৱৰৰ কন্যা মৌমিতা কোঁৱৰৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷

DOOMDOOMA 3RD POSITION IN ARTS STREAM MOUMITA KNOWER
ডুমডুমাৰ মৌমিতা কোঁৱৰ

লগতে চাওকঃ বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.