ETV Bharat / state

বুঢ়ীদিহিং নদীৰ বুকুত জাহ গ'ল প্ৰায় 20 হাজাৰ বিঘা ভূমি

বিজ্ঞানসন্মত পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰৰ লগতে জলসম্পদ বিভাগক স্থানীয় দল-সংগঠনসমূহে বাৰম্বাৰ আবেদন কৰাৰ লগতে ধাৰাবাহিক প্ৰতিবাদীৰেও দাবী জনাই অহিছে ৷ ইমানৰ পাছতো আজিকোপতি কোনো সমাধানৰ মুখ নেদেখিলে ৰাইজে ৷

ভয়াৱহ গৰাখহনিয়াৰ কৱলত ৰাজ্যৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি

author img

By

Published : Feb 3, 2020, 12:05 PM IST

Updated : Feb 3, 2020, 8:25 PM IST

ডুমডুমা, 3 ফ্ৰেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মুংগং পথাৰ, টেকেৰী নামচাই, বালিচাপৰি আদি গাঁৱৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি এতিয়া বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে । সুদীৰ্ঘ বছৰৰ পৰা গৰাখহনীয়াই ৰাইজৰ জীৱন জীৱিকা হাহাকাৰ কৰি তোলাৰ লগতে প্ৰতি বছৰে বানপানীৰ সময়ত এই গাওঁবাসীকসকলে বিনিদ্ৰ ৰজনীৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে । বিজ্ঞানসন্মত পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰৰ লগতে জলসম্পদ বিভাগক স্থানীয় দল-সংগঠনসমূহে বাৰম্বাৰ আবেদন কৰাৰ লগতে ধাৰাবাহিক প্ৰতিবাদীৰেও দাবী জনাই অহিছে ৷ ইমানৰ পাছতো আজিকোপতি কোনো সমাধানৰ মুখ নেদেখিলে ৰাইজে ৷

ভয়াৱহ গৰাখহনিয়াৰ কৱলত ৰাজ্যৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি

লগতে পঢ়কঃ সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী

সেয়ে, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মুংগং পথাৰ শাখা সমিতিয়ে এই বুঢ়িদিহিং নদীৰ গৰাখহনীয়াস্থলী পৰিভ্ৰমণ কৰি শীঘ্ৰে চৰকাৰক এই সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনাইছে ৷ অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

Intro:Date: 03-02-2020.

Slug: ভয়াৱহ গৰাখহনিয়াৰ কৱলত পেঙেৰীৰ মুংগং পথাৰ, টেকেৰী নামচাই, বালিচাপৰি গাঁৱৰ প্ৰায় বিশ হাজাৰ বিঘা ভূমি ।

V/O: তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মুংগং পথাৰ, টেকেৰী নামচাই, বালিচাপৰি আদি গাঁৱৰ প্ৰায় বিশ হাজাৰ বিঘা ভূমি এতিয়া বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে । সুধীৰ্ঘ বছৰৰ পৰা গৰাখহনিয়াই ৰাইজৰ জীৱন জীৱিকা হাহাকাৰ হৈ পৰাৰ লগতে প্ৰতি বছৰে বানপানীৰ সময়ত এই গাওঁসমূহৰ বাসিন্দা সকলে বিনিদ্ৰ ৰজনীৰে দিন অতিবাহিত কৰিব লগীয়াত পৰিছে । বিজ্ঞান সন্মত পদ্ধতিৰে গৰাখহনীয়া ৰোধ কৰি নৈ পৰিয়া ৰাইজৰ জীৱন সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে জলসম্পদ বিভাগক স্থানীয় দল-সংগঠন সমূহে বাৰম্বাৰ আবেদনৰ নিবেদনৰ লগতে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰেও দাবী জনাই অহাৰ পাছতো আজিকোপতি এই গাঁৱসমূহৰ ৰাইজৰ কাষ নাচাপিলে কোনো মন্ত্ৰী তথা স্থানীয় বিধায়ক আৰু সাংসদ । সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মুংগং পথাৰ শাখা সমিতিয়ে এই বুঢ়িদিহিং নদীৰ গৰাখহনীয়াস্থলী পৰিভ্ৰমণ কৰি অতি শীঘ্ৰে চৰকাৰক যুদ্ধ কালীন ভাৱে গৰাখহনিয়া সমস্যাটো স্থায়ী সমাধানৰ দাবী জনাই অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

Byte: দেৱজিৎ সোণাৰ, যুটীয়া সম্পাদক, AJYCP তিনিচুকীয়া জিলা সমিতি ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 03-02-2020.

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Feb 3, 2020, 8:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.