ETV Bharat / state

ডিৰাকত পথ দুৰ্ঘটনাঃ এজন নিহত

অসম-অৰুণাচল সীমান্তৱৰ্তী ডিৰাকত ডাম্পাৰ আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষত সোমবাৰে সন্ধিয়া নিহত হয় ৰত্নেশ্বৰ সোণোৱাল নামৰ এজন লোক ৷

author img

By

Published : Jun 10, 2019, 9:01 PM IST

ডিৰাকত পথ দুৰ্ঘটনাঃ এজন নিহত
  • অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাকত পথ দুৰ্ঘটনা
  • ডাম্পাৰ-পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষত এজন নিহত
  • অৰুণাচলৰ নামচাই দিশৰ পৰা আহি থকা দ্ৰুতবেগী AS 23 BC 9285 নম্বৰৰ ডাম্পাৰে বিপৰীত দিশৰ AS 23 P 5907 নম্বৰৰ পালচাৰ বাইকত খুণ্ডা মাৰে
  • দুৰ্ঘটনাটোত ৰত্নেশ্বৰ সোণোৱাল (৫৫) নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বিজয় সোণোৱাল নামৰ এজন গুৰুতৰভাৱে আহত হয়
  • আহত বিজয় সোণোৱালক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে
  • নিহত ৰত্নেশ্বৰ সোণোৱাল (৫৫) আৰু আহত বিজয় সোণোৱাল পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে
  • দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে জব্দ কৰিছে

Intro:Breaking News

অসম-অৰুণাচল সিমান্তৱৰ্তী অঞ্চল ডিৰাকত পথ দূৰ্ঘটনা ।

ডাম্পাৰ-পালচাৰ বাইকৰ মুখামুখী সংঘৰ্ষত এজন নিহত ।

অৰুণাচলৰ নামচাই দিশৰ পৰা আহি থকা দ্ৰুতবেগী AS 23 BC 9285 নম্বৰৰ ডাম্পাৰে বিপৰীত দিশৰ AS 23 P 5907 নম্বৰৰ পালচাৰ বাইকত খুণ্ডা মাৰে ।

দূৰ্ঘটনাটোত ৰত্নেশ্বৰ সোনোৱাল (৫৫) নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বিজয় সোনোৱাল নামৰ এজন গুৰুতৰভাৱে আহত হয় ।

আহত বিজয় সোনোৱালক তিনিচুকীয়া অসামৰিক সিকিতচালয়লৈ প্ৰেৰণ কৰা হৈছে ।

নিহত ৰত্নেশ্বৰ সোনোৱাল (৫৫) আৰু আহত বিজয় সোনোৱাল পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে ।

দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে জব্দ কৰিছে ।Body:Breaking News

অসম-অৰুণাচল সিমান্তৱৰ্তী অঞ্চল ডিৰাকত পথ দূৰ্ঘটনা ।

ডাম্পাৰ-পালচাৰ বাইকৰ মুখামুখী সংঘৰ্ষত এজন নিহত ।

অৰুণাচলৰ নামচাই দিশৰ পৰা আহি থকা দ্ৰুতবেগী AS 23 BC 9285 নম্বৰৰ ডাম্পাৰে বিপৰীত দিশৰ AS 23 P 5907 নম্বৰৰ পালচাৰ বাইকত খুণ্ডা মাৰে ।

দূৰ্ঘটনাটোত ৰত্নেশ্বৰ সোনোৱাল (৫৫) নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বিজয় সোনোৱাল নামৰ এজন গুৰুতৰভাৱে আহত হয় ।

আহত বিজয় সোনোৱালক তিনিচুকীয়া অসামৰিক সিকিতচালয়লৈ প্ৰেৰণ কৰা হৈছে ।

নিহত ৰত্নেশ্বৰ সোনোৱাল (৫৫) আৰু আহত বিজয় সোনোৱাল পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে ।

দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে জব্দ কৰিছে ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.