মাৰ্ঘেৰিটা, 10 নৱেম্বৰঃ ডিগবৈত ভু-লুণ্ঠিত মানৱতা ৷ কোনো অচিনাক্ত লোকে নিশা ডিগবৈ বালিজানৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গ’ল এটি মৃত নৱজাতক ৷ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত মৃত নৱজাতকটোক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ আৰক্ষী উপস্থিত হৈ মৃত নৱজাতকটো উদ্ধাৰ কৰি ল’ৰা সন্তান বুলি জানিবলৈ দিয়ে ৷ এতিয়ালৈ মৃত নৱজাতকটোৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
ভু-লুণ্ঠিত মানৱতা!! পথৰ দাঁতিত পেলাই থৈ গ’ল মৃত নৱজাতক
কোনো অচিনাক্ত লোকে নিশা ডিগবৈ বালিজানৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গ’ল এটি মৃত নৱজাতক ৷ কাপোৰেৰে মেৰিয়া থোৱা অৱস্থাত মৃত নৱজাতকটোক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷
ডিগবৈত অমানৱীয়ভাৱে কাণ্ডঃ পথৰ দাঁতিত পেলাই থৈ গ’ল মৃত নৱজাতক
মাৰ্ঘেৰিটা, 10 নৱেম্বৰঃ ডিগবৈত ভু-লুণ্ঠিত মানৱতা ৷ কোনো অচিনাক্ত লোকে নিশা ডিগবৈ বালিজানৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গ’ল এটি মৃত নৱজাতক ৷ কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত মৃত নৱজাতকটোক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ আৰক্ষী উপস্থিত হৈ মৃত নৱজাতকটো উদ্ধাৰ কৰি ল’ৰা সন্তান বুলি জানিবলৈ দিয়ে ৷ এতিয়ালৈ মৃত নৱজাতকটোৰ সৱিশেষ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Intro:ডিগবৈত নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নৱ জাতক মৃত লৰা সন্তান উদ্ধাৰ।
V. O.;;-ডিগবৈত নিশা মৃত নৱজাতৰ (পুত্ৰ সন্তান)উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যই বিৰাজ কৰিছে।
ডিগবৈ বালিজানত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত উদ্ধাৰ নৱজাতকটি ৷
কাপোৰেৰে মেৰিয়া থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷
নৱজাতকটিৰ হাতত বেজি দিবলৈ লগোৱা কেন্দুলা লাগিয়ে আছে ৷Body:Byte-NilConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ

TAGGED:
Digboi new born death child