ETV Bharat / state

কলাত পঞ্চম স্থান দখল কৰা ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা

সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰিছিল শ্ৰুতি সোণোৱালে ৷

author img

By

Published : May 26, 2019, 1:00 PM IST

ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা

ডুমডুমা , 26 মে': সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি ডুমডুমা অঞ্চলটোৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ডুমডুমা ৰূপবনৰ শ্ৰুতি সোণোৱালে ৷ শ্ৰুতিৰ এই সফলতাৰ বাবে বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনায় ৷

ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা
ড.এ.কে.সোণোৱাল আৰু কবিতা সোণোৱালৰ সন্তান শ্ৰুতিয়ে ডিগবৈ আৰ. ডি. জুনিয়ৰ কলেজত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ডুমডুমা অঞ্চলৰ আছু, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ, বাঙালী যুৱ ফেডাৰেচন আদি সংগঠনে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ৷

Intro:Date: 26-05-2019

Sluge: কলা শাখাত পঞ্চম স্থান দখল কৰা ডুমডুমাৰ শ্ৰুতি সোনোৱাললৈ দল-সংগঠনৰ সম্বৰ্ধনা

V/O: সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি ডুমডুমা অঞ্চলটোৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কৰিয়াই আনিছে ডুমডুমা ৰূপবনৰ শ্ৰুতি সোনোৱালে । ড• এ. কে. সোনোৱাল আৰু কবিতা সোনোৱালৰ সন্তান শ্ৰুতিয়ে ডিগবৈ আৰ. ডি. জুনিয়ৰ কলেজত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱৰ্তিৰ্ন হৈছিল । শ্ৰুতিৰ সফলতাত ডুমডুমা অঞ্চলৰ আছু, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, ভুজপুৰী যুৱ-ছাত্ৰ পৰিষদ, বাঙালী যুৱ ফেডাৰেচন আদি সংগঠনে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই ।Body:Date: 26-05-2019

Sluge: কলা শাখাত পঞ্চম স্থান দখল কৰা ডুমডুমাৰ শ্ৰুতি সোনোৱাললৈ দল-সংগঠনৰ সম্বৰ্ধনা

V/O: সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি ডুমডুমা অঞ্চলটোৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কৰিয়াই আনিছে ডুমডুমা ৰূপবনৰ শ্ৰুতি সোনোৱালে । ড• এ. কে. সোনোৱাল আৰু কবিতা সোনোৱালৰ সন্তান শ্ৰুতিয়ে ডিগবৈ আৰ. ডি. জুনিয়ৰ কলেজত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱৰ্তিৰ্ন হৈছিল । শ্ৰুতিৰ সফলতাত ডুমডুমা অঞ্চলৰ আছু, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, ভুজপুৰী যুৱ-ছাত্ৰ পৰিষদ, বাঙালী যুৱ ফেডাৰেচন আদি সংগঠনে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.